--°C
Loading...
Listen to Article
2 min read
80%
১৭ মাৰ্চ ২০২৩, শুকুৰবাৰ

মেষ – কামৰ হেঁচা বাঢ়িব। আনৰ পৰা অনুপ্ৰেৰণা পাব। ধনৰ লালসা বাঢ়িব। সম্পত্তিৰ লগত জড়িত লেন দেন সম্পূৰ্ণ হ’ব। শুভ সংখ্যা ৪, ৰং
আকাশী।

বৃষ – ঘৰলৈ কিছু ধনাত্মক পৰিৱৰ্তন আহিব। জীৱনলৈ বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। শুভ সংখ্যা ১, শুভ ৰং বগা।

মিথুন – আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। স্বাস্থ্য ভালে নাযাব। প্ৰেমত বাধা আহিব। শুভ সংখ্যা ৮, শুভ ৰং মেৰুণ।

কৰ্কট – কোনো সিদ্ধান্ত লওতে স্পষ্ট চিন্তা ধাৰা আৱশ্যক হ’ব। দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি থকা সকলে ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। শুভ সংখ্যা ১, শুভ ৰং বাদামী।

সিংহ – বিদ্যাৰ্থীৰ সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ মাজত এট বেলেগ উৰ্জা দেখা যাব। শুভ সংখ্যা ৭, শুভ ৰং ৰঙা।

কন্যা – যি কোনো কামৰ বাবে নিজৰ আত্মবিশ্বাস বঢ়াব। হাতলৈ হঠাতে ধন আহিব পাৰে। দাম্পত্যত মধুৰ। শুভ সংখ্যা ২, শুভ ৰং নীলা।

তুলা – দিনটো সাৱধানে থাকিব। কোনো ব্যক্তিৰ পৰা সহায় পাব। কৰ্মক্ষেত্ৰত পৰিস্থিতি জটিল হ’ব। শুভ সংখ্যা ৫, শুভ ৰং বেঙুণীয়া।

বৃশ্চিক – মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণ সমূহ সমাধান কৰক। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ’ব। ঘৰলৈ আলহীৰ আগমন হ’ব। শুভ সংখ্যা ৭, শুভ ৰং গুলপীয়া।

ধনু – আজি বিদেশ যোৱাৰ সুযোগো লাভ কৰিব পাৰে। সমাজত এক উচ্চ স্থান অধিকাৰ কৰিব। প্ৰেমাস্পদক সন্দেহ নকৰিব।শুভ সংখ্যা ৪, শুভ ৰং হালধীয়া।

মকৰ – আজি স্বাস্থ্য ঠিকে নাযাব। বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ’ব।ব্যৱসায়ত উন্নতি হ’ব। ভ্ৰমণৰ যোগ। শুভ সংখ্যা ৯, শুভ ৰং গেৰুৱা।

কুম্ভ – কোনোৱে যদি আৰ্থিক সহায় বিচাৰে তেনেহ'লে সহায় নকৰিব। অন্যথা আপোনাৰো আৰ্থিক অৱস্থা দুৰ্বল হ’ব পাৰে। মানসিক শান্তিৰ বাবে কিছুমান কথাৰ পৰা দূৰত থাকক। শুভ সংখ্যা ৫, শুভ ৰং সোণালী।

মীন – আৰ্থিক স্থিতি শক্তিশালী হ’ব। খৰচত নিয়ন্ত্ৰণ কৰক। হঠাতে পুৰণি বন্ধুক লগ পাব পাৰে। কাম-কাজত পৰিৱৰ্তন আহিব।শুভ সংখ্যা ১, শুভ ৰং ৰঙা।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ