--°C
Loading...
Listen to Article
2 min read
80%
২১ ফেব্ৰুৱাৰী,২০২২,সোমবাৰ মেষঃ আপোনাৰ দিনটো সুন্দৰকৈ পাৰ হ'ব। ঘৰলৈ অপ্ৰত্যাশিত অতিথিৰ আগমন ঘটিব। ব্যয় বৃদ্ধি। প্ৰেমৰ সংগ লাভ। বৃষঃ হাতলৈ টকা আহিব। নিজৰ জীৱনত বহু পৰিৱৰ্তন দেখিব।নিজৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো প্ৰয়োজন। বন্ধুৰ কথাত খং উঠিব। মিথুনঃ কাম পেলাই নথ'ব। স্বাস্থ্যত শুভ। খং নিয়ন্ত্ৰণ কৰক। প্ৰেমত কাজিয়া। মাতৃস্থান শুভ। কৰ্কটঃ সংসাৰত শুভ। শিক্ষাৰ্থীৰ শুভ। সমগ্ৰ দিনটো কৰ্মব্যস্ততাৰ মাজেৰে পাৰ হ’ব। মূৰৰ বিষ হ'ব পাৰে। সিংহঃ দিনটোৰ আৰম্ভণি ভালদৰে হ'ব যদিও ৰাতিলৈ কিবা কথাত মন বেয়া হ’ব পাৰে। স্বাস্থ্যত মন দিয়ক। পৰিকল্পনা সফল হ'ব। কন্যাঃ সকলো পৰিকল্পনা অথলে যাব। মনত অশান্তি বাঢ়িব। পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ চিন্তা। শিক্ষাৰ্থীৰ শুভ। তুলাঃ কামৰ হেঁচা বাঢ়িব। মনৰ শান্তি ঘূৰি আহিব। আজি কোনো মন্দিৰলৈ যোৱা হ’ব পাৰে। প্ৰেমত মধ্যম। বৃশ্চিকঃ প্ৰেম সুদৃঢ় হ’ব। ৰোগৰ পৰা আৰোগ্য হ’ব। আৰ্থিক সাফল্যৰ মুখ দেখিব। কোনো নতুন কামৰ সংযোগ। ধনুঃ পৰিকল্পনা সফল হ’ব। স্বাস্থ্য পূৰ্বতকৈ উন্নত। সময়ৰ অপচয় নকৰিব। ঘৰুৱা শান্তি বৰ্তি থাকিব। মকৰঃ কোনো কামৰ দায়িত্ব পাব পাৰে। কৰ্মক্ষেত্ৰত প্ৰশংসা। প্ৰেমৰ সৈতে সংগ উপভোগ কৰি সুখী হ’ব। কুম্ভঃ ঘৰুৱা বিবাদ দূৰ হ’ব। সন্তানৰ চিন্তা আঁতৰিব। ঘৰলৈ আত্মীয়ৰ আগমন। খৰচৰ মাত্ৰা ঠিকে থাকিব। মীনঃ কামৰ হেঁচাই ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব। শিল্পী-সাহিত্যিকৰ শুভ সংযোগ। প্ৰেমত অশান্তি। মনৰ আনন্দ হ্ৰাস। আৰু পঢ়কঃ পশুখাদ্য কেলেংকাৰীঃ লালু প্ৰসাদকে ধৰি ৩৮ জন দোষীৰ আজি শাস্তি ঘোষণা

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা