--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেটৰিনা কাইফৰ ৰূপৰ তুলনা নাই। মিচিকিয়া হাঁহি আৰু শৰীৰ সুষমাই অনেক পুৰুষৰে নিদ্ৰা হৰণ কৰিছে বলীউডৰ নায়িকাগৰাকীয়ে। সেইবাবেই স্বামী ভিকি কৌশলক ভাগ্যশালী বুলি কোৱা হয়।

কেটৰিনাৰ অনুৰাগীসকলে জানিব বিচাৰে তেওঁৰ সৌন্দৰ্য্যৰ গোপন কথা। বহুতে কেটৰিনাৰ খাদ্যৰ ৰুটিন জানিবলৈ আগ্ৰহী। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ ৰাতিপুৱাৰ ৰুটিনৰ বিষয়ে স্পষ্টভাৱে কয়।

কেটৰিনাৰ মতে ছালখন কেনেকুৱা দেখা যায় সেয়া নিৰ্ভৰ কৰে ৰাতিপুৱাৰ যত্নৰ ওপৰত। ছালখন সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱাৰ ৰুটিনত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। কেটৰিনাই প্ৰতিদিনে পুৱা দুগিলাচ কুহুমীয়া পানী খাই আৰম্ভ কৰে। কিছু সময়ৰ পাছত বিলাহীৰ পাতৰ ৰস খায়। ইয়াৰ পিছত ছালখন ‘ফেচিয়েল অইল’ৰে মালিচ কৰে।

কেটৰিনাই শ্বুটিং নকৰাৰ সময়ত মেকআপৰ পৰা আঁতৰি থাকে। কেটৰিনাৰ ছালখন বৰ মসৃণ। নিয়মিতভাৱে ছালত বৰফ ঘঁহিলে সেয়া সম্ভৱ বুলিও অভিনেত্ৰীগৰাকীয়ে কয়।

কেৱল বাহ্যিক যত্নেই নহয়, খোৱা খাদ্যও ভাল ছাল বজাই ৰখাৰ বাবে গুৰুত্বপূৰ্ণ। ব্যস্ত হওক বা নহওক, কেটৰিনাই সময়মতে ব্ৰেকফাষ্ট খায়। কেটৰিনাৰ ব্ৰেকফাষ্ট প্ৰায় প্ৰতিদিনে ইডলিৰে গঠিত। লগতে দৈৰ বাটি এটাও থাকে। কেটৰিনাৰ খাদ্যত তেল আৰু মছলাৰ কোনো স্থান নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ