--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেনেকৈ পৰিচালিত হৈছে দেশৰ আৰক্ষী থানাসমূহ?প্ৰকৃততে একবিংশ শতিকাৰ স্মাৰ্ট আৰু অত্যাধুনিক অপৰাধীক নিয়ন্ত্ৰণ কৰিব পৰাকৈ সক্ষম নে দেশৰ আৰক্ষী থানাসমূহৰ আন্তঃগাঁথনি! মঙলবাৰে দেশৰ লোকসভাৰ মজিয়াত প্ৰকাশ হোৱা তথ্যসমূহে ভাৰতীয় আৰক্ষীৰ এক হতাশাজনক প্ৰতিচ্ছবি পৰিস্ফুট কৰি তুলিছে৷

 প্ৰকাশ পোৱা তথ্য অনুসৰি দেশৰ প্ৰায় ৬৩খন আৰক্ষী থানাত নাই চৰকাৰী গাড়ীৰ ব্যৱস্থা, ৬২৮খন থানাত নাই টেলিফোনৰ সুবিধা তদুপৰি দেশৰ প্ৰায় ২৮৫খন থানাত নাই ৱায়াৰলেছ ফোনৰ সুবিধা৷ কেন্দ্ৰৰ গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ৰ মতে বৰ্তমান দেশত ১৭,৫৩৫খন আৰক্ষী থানা চলি আছে৷ লোকসভাৰ মজিয়াত সোধা এটা লিখিত প্ৰশ্নৰ উত্তৰত উক্ত তথ্যসমূহ বিভাগীয় মন্ত্ৰীৰ পৰা লাভ কৰা যায়৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক