--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভ বচ্ছন আৰু হেমা মালিনীৰ স’তে কেটৰিনা কাঈফক তুলনা কৰিলে অভিনেত্ৰীগৰাকীৰ স্বামী তথা অভিনেতা বিকী কৌশলে। বিকীৰ মতে, আন্তৰ্জাতিক মঞ্চত যিকেইজন তাৰকাই ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে, তেওঁলোকৰ মাজত কেটৰিনা কাঈফ অন্যতম। এসময়ত হেমা মালিনীয়ে এই পৰ্যায়ত উপনীত হৈছিল বুলি তেওঁ কয়।

কেটৰিনা কাঈফক 'ভাৰতৰ আইকন’ হিচাপেও অভিহিত কৰে বিকীয়ে। কয় যে অমিতাভ বচ্ছনক সমগ্ৰ বিশ্বই 'ভাৰতৰ আইকন’ হিচাপে চিনি পায়, ঠিক সেইদৰে নিজৰ সফলতাৰ বাবে কেটৰিণা কাঈফো 'ভাৰতৰ আইকন’ হৈ পৰিছে।


''তেওঁ এতিয়া নিজৰ কেৰিয়াৰৰ যি উচ্চতাত আছে, তাত উপনীত হোৱাটো অতি সহজ কাম নহয়। এই স্থআন লাভ কৰা অত্যন্ত কঠিন। তেওঁৰ অক্লান্ত পৰিশ্ৰমৰ বাবেই সেই স্থআন লাভ কৰিছে। তেওঁৰ পৰ্যায় পাবলৈ মোৰ বহুখিনি বাকী।’’- বিকীয়ে এটা সাক্ষাৎকাৰত এইদৰে কয়।

উল্লেখ্য যে শেহতীয়াকৈ বিবাহৰ এবছৰ পূৰ্তি হৈছে বিকী-কেটৰিনাৰ। বলিউডৰ অন্যতম সফল দম্পত্তি হিচাপে তেওঁলোকে ইতিমধ্যে চৰ্চিত হৈ আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement