--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছলমান খান আৰু কেটৰিনা কাইফে কেতিয়াও তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা কোৱা নাই। কিন্তু কেটৰিনাৰ কেৰিয়াৰৰ আঁৰত ছলমানৰ অৱদান উদ্যোগটোৰ ‘মুকলি কিতাপ’ৰ দৰে। যদিও কিছুদিন সম্পৰ্ক আছিল, কিন্তু বেছি দিন নাথাকিল। ২০১২ চনত কেটৰিনাই ছলমানৰ সৈতে ব্ৰেকআপ কৰিছিল। ব্ৰেকআপৰ পিছত দুয়োজনে একেলগে কাম কৰিছিল ‘এক থা টাইগাৰ’ ছবিখনত। কিন্তু দুয়োৰে অৱস্থা কেনেকুৱা আছিল? পৰিচালক কবীৰ খানে জনালে এই বিষয়ে।

এই পৰ্যন্ত টাইগাৰ ছিৰিজৰ তিনিখন ছবি নিৰ্মাণ কৰা হৈছে। ধাৰাবাহিকখনৰ প্ৰথমখন ছবি ‘এক থা টাইগাৰ’ মুক্তি লাভ কৰিছিল ২০১২ চনত। পাঁচ বছৰৰ পাছত মুক্তি পালে ‘টাইগাৰ জিন্দা হায়’। যোৱা বছৰৰ ১২ নৱেম্বৰত মুক্তি লাভ কৰিছিল ধাৰাবাহিকখনৰ অন্তিমখন ছবি ‘টাইগাৰ ৩’। ‘টাইগাৰ’ ফ্ৰেঞ্চাইজিৰ প্ৰথমখন ছবি আছিল ‘এক থা টাইগাৰ’। এই ছবিখনত ছলমান-কেটৰিনাই টিম আপ কৰিছিল। টাইগাৰ-জোয়া যুটিটো দৰ্শকে ভাল পাইছিল।

কিন্তু শ্বুটিঙৰ সময়ত দুয়োৰে মাজত পৰ্দাৰ আঁৰৰ ৰসায়ন বিজ্ঞান অলপ অস্বস্তিকৰ আৰু টান আছিল। কাৰণ ছবিখনৰ শ্বুটিংৰ আগতেই সম্পৰ্ক ভাঙি গৈছিল। এই ঘটনা পোহৰলৈ আনিছিল ছবিখনৰ পৰিচালক কবীৰ। শেহতীয়াকৈ এই ছবিখনৰ কাষ্টিঙৰ বিষয়ে কোৱা এটা সাক্ষাৎকাৰত কবীৰে কয় যে, "তাৰ পিছত তেওঁলোক পৃথক হৈ পৰিল আৰু ইজনে সিজনৰ লগত বৰ আৰাম নাপালে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ