--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰহা কাপুৰৰ বয়স মাত্ৰ ডেৰ বছৰ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ কন্যা। পিতৃ হিচাপে ইতিমধ্যে শহুৰেক মহেশ ভাট, শাহুৱেক ছোনী ৰাজদানৰ প্ৰশংসা লাভ কৰিছে ৰণবীৰে। আইতা নীতু কাপুৰ নিশ্চিত যে তেওঁৰ পুত্ৰৰ গুণ এইবাৰ নাতিনীয়েকলৈ আগবঢ়াই নিব।

শেহতীয়াকৈ মাক আৰু ভগ্নীৰ সৈতে কপিল শৰ্মাৰ নতুন অনুষ্ঠানলৈ আহিছিল ৰণবীৰ। তাতে কপিলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে ৰণবীৰ-নীতৰাই। কিন্তু ৰহাই পিতৃৰ পৰা কি কি গুণ পাব সেই প্ৰশ্নত নীতুৱে কয় যে ঋষি কাপুৰে সৰুৰে পৰাই নিজৰ দুই সন্তান ৰণবীৰ আৰু ৰিদ্ধিমাক পাৰিবাৰিক মূল্যবোধেৰে ডাঙৰ-দীঘল কৰি আহিছে। কেৱল সেয়াই নহয়, ঋষিয়ে তেওঁক সৰুৰে পৰা ধনৰ মূল্যক সন্মান কৰিবলৈ শিকাইছিল। 

নীতুৱে ক’লে, “মোৰ সন্তান দুটা বৰ বাধ্য আছিল। ঘৰত কেতিয়াও জোৰেৰে কথা কোৱা নাছিল’’। নীতুৱে ভাবে যে এজন পিতৃৰ এই গুণবোৰে কন্যা ৰহা পাব। কিন্তু ৰণবীৰে ক’লে, দেউতাই তেওঁক আৰু এটা কথা শিকাইছে, মাক নীতুক নিঃচৰ্তভাৱে ভালপোৱা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন কিশোৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক