--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাৰা আলী খান সদায় শিৱৰ ভক্ত। তেওঁৰ প্ৰথমখন ছবিৰ পৰাই আছে মহাকালৰ যোগ। ছবিখনৰ নাম 'কেদাৰনাথ’। প্ৰথমবাৰৰ বাবে শ্বুটিংৰ বাবে কেদাৰনাথলৈ গৈছিল। কেৱল কেদাৰনাথকে নহয়, কেতিয়াবা কামাখ্যা মন্দিৰত দেখা পোৱা গৈছিল, কেতিয়াবা উজ্জয়িনৰ মহাকাল মন্দিৰলৈ গৈছিল। আজমীৰ শ্বৰীফতো তেওঁক দেখা পোৱা যায়।

ছাৰা জন্মসূত্ৰে মুছলমান। ছৈফ আলী খান আৰু অমৃতা সিঙৰ কন্যা। যদিও চাৰাৰ মাক হিন্দু। কিন্তু সামাজিক মাধ্যমৰ এটা অংশই ছাৰাৰ বাৰে বাৰে মন্দিৰ ভ্ৰমণৰ ওপৰত আপত্তি উত্থাপন কৰে।

উজ্জয়িনৰ মহাকাল মন্দিৰত তেওঁৰ ছবি ‘জাৰা হটকে জাৰা ভক্কে’ৰ প্ৰচাৰৰ সময়ত দেখা গৈছিল ছাৰাক। ইয়াৰ পিছত ছবিখনক হিট হোৱাৰ পিছতো মহাকালৰ আশীৰ্বাদ বিচাৰি তালৈ লৰালৰিকৈ গৈছিল অভিনেত্ৰীগৰাকী। চৈফৰ কন্যাই কপালত তিলক কাটি পৰম্পৰাগত শাৰীত কীৰ্তন কৰা দেখা গৈছে। ইয়াৰ পিছত চাৰাৰ পৰাই আৰম্ভ হ’ল কটুক্তি।

এই প্ৰসংগত ছাৰাই স্পষ্টকৈ উত্তৰ দিলে, "আপুনি ভাল লাগিলে ভাল, নালাগিলে নাই কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই আৰু নাযাওঁ। ই মোৰ ব্যক্তিগত পছন্দ।''

 অৱশ্যে সকলো কথাতে মন্তব্য নকৰাকৈ ছাৰাই মনে মনে থকাটোৱেই ভাল বুলি তেওঁ ভাবে। এয়া প্ৰথম নহয়, ইয়াৰ পূৰ্বেও কেইবাবাৰো কটুক্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক