--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অভিনেত্ৰী কংগনা ৰানাৱটে ছ’চিয়েল মিডিয়াত পশ্চিমীয়া পোছাকৰ বিষয়ে সমালোচনাত্মকভাৱে লিখি আহিছে। তেওঁৰ লেখা দেখাৰ পিছতে অনুৰাগীসকলে ভাবিছিল যে কংগনাক আৰু কেতিয়াও পশ্চিমীয়া পোছাকত দেখা পোৱা নাযায়। কিন্তু কিছুদিনৰ ভিতৰতে নায়িকা সলনি হ’ল। ‘টিকু ৱেডছ শ্বেৰু’ ছবিখনৰ সফলতা পাৰ্টিত অভিনেত্ৰীগৰাকীয়ে পশ্চিমীয়া সাজ-পোছাক পিন্ধি চকু কপালত তুলিলে। অভিনেত্ৰীগৰাকীয়ে নিজেই এই ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

কংগনাই পিন্ধিছে অফ শ্বোল্ডাৰ কমলা ৰঙৰ ড্ৰেছ। পোছাকৰ উজ্জ্বল ৰংবোৰ পাৰ্টিৰ আমেজৰ লগত একেবাৰে মিলি যায়। বহু অনুৰাগীৰ মনত আছে কংগনাৰ সাজ-পোছাক ক্লিয়াৰ বাষ্ট, হাই পনিটেইল, গোল্ড পেণ্ডেণ্ট, গোল্ড ৰঙৰ হিল।

কিছুদিন পূৰ্বে কংগনাই লিখিছিল, ‘পাশ্চাত্যৰ ফেশ্বন ব্ৰেণ্ডে কেৱল কাপোৰ-কানি আৰু বেগ পঠিয়াই আমাক বিনামূলীয়াকৈ কাম কৰিবলৈ বাধ্য কৰে। তেওঁলোকে আমাৰ সংস্কৃতি আৰু সভ্যতাৰ ক্ষতি কৰিছে। মই আৰু কেতিয়াও বিমানবন্দৰত পশ্চিমীয়া কাপোৰ নিপিন্ধো।’’

কিন্তু তাৰপাছতে কংগনাই এইদৰে পশ্চিমীয়া সাজত পুনৰ আবিৰ্ভাৱ হোৱা দেখি স্বাভাৱিকতে নেটিজেনসকলৰ মাজত তীব্ৰ চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক