--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আচাৰ্য্য চাণক্যৰ নীতিসমূহ আজিও সম্পূৰ্ণ প্ৰাসংগিক আৰু সেইবোৰ মানি চলি বহু ডাঙৰ ডাঙৰ ক্ষতিৰ পৰা হাত সাৰিব পাৰি। আজি আমি এনে কিছুমান চাণক্য নীতিৰ কথা কওঁ যিটো লক্ষ্মী মাৰ লগত প্ৰত্যক্ষভাৱে জড়িত। যদি এই নীতিসমূহ মানি নচলে, তেন্তে জীৱনভৰৰ বাবে হৈ পৰিব দুখীয়া।

 এই ৫টা নীতি সদায় পৰিহাৰ কৰক-

* চাণক্য নীতিয়ে কয় যে কেতিয়াও খাদ্য অপচয় নকৰিব, ইয়াৰ ফলত মাতৃ অন্নপূৰ্ণাৰ খং উঠে আৰু খাদ্য অপচয় কৰিলে মানুহ অতি সোনকালেই দুখীয়া হৈ পৰে।

* আনৰ টকা কেতিয়াও প্ৰৱঞ্চনাৰে হৰলুকি নকৰিব। অনৈতিকভাৱে উপাৰ্জন কৰা ধনে মালক্ষ্মীক ক্ষুব্ধ কৰি তুলিব।

* উপাৰ্জনৰ এটা অংশ সদায় আৰ্তজনক দান কৰক।

* মিলাপ্ৰীতি নথকা ঘৰত মালক্ষ্মী কেতিয়াও বাস নকৰে। যদি ধনী হ’ব বিচাৰে তেন্তে ঘৰত শান্তি-সম্প্ৰীতি বজাই ৰাখক।

* কেতিয়াও এলেহুৱা নহ’ব। লেতেৰা আৰু এলেহুৱা মানুহ মালক্ষ্মীৰ সহায় অপ্ৰিয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান