--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসকে এগৰাকী মহিলাৰ চকুত দুবছৰ ধৰি বাস কৰি থকা  এক বিৰল পৰজীৱী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। ধাৰণা কৰা অনুসৰি মহিলাগৰাকীয়ে ঘঁৰিয়ালৰ মাংস খোৱাৰ বাবেই তেওঁৰ চকুত সেই পৰজীৱীয়ে বাহ বান্ধে।

কঙ্গোৰ বাচানকুচুৰ ২৮ বছৰীয়া মহিলাগৰাকীয়ে তেওঁৰ বাওঁ চকুত অসুবিধা পাবলৈ আৰম্ভ  কৰিছিল। পৰীক্ষা কৰাৰ পিছত  চিকিৎসকে  মহিলাগৰাকীৰ চকুৰ ভিতৰৰ স্তৰ কঞ্জাক্টিভাৰ তলত এটা সৰচৰ কৰি থকা বস্তু  পাইছিল। অস্ত্ৰোপচাৰ কৰি  আঁতৰোৱাৰ পিছত  প্ৰায় ০.৪  ইঞ্চি (১০  মিলিমিটাৰ) জোখৰ এক শেঁতা, চি- আকৃতিৰ পৰজীৱী  ওলাই পৰে। 
সেই পৰজীৱিৰ নাম  আৰ্মিলিফাৰ গ্ৰেণ্ডিছ । ই  হৈছে সাধাৰণতে  আফ্ৰিকাত মানুহক সংক্ৰমিত কৰা এক পৰজীৱী। এই পৰজীৱীবোৰে সাধাৰণতে  সাপ, ঘঁৰিয়াল আদিৰ জৰিয়তে মানুহৰ দেহলৈ বিয়পিব পাৰে।  কম ৰন্ধা সাপ বা ভঁৰিয়ালৰ ৰ মাংস  খালেও ই  বিয়পিব পাৰে। 

মহিলাগৰাকীৰ ক্ষেত্ৰত চিকিৎসকসকলে ঘঁৰিয়ালৰ মাংসকেই  উৎস হিচাপে সন্দেহ কৰিছে। চিকিৎসকসকলে লক্ষ্য কৰিছিল যে মহিলাগৰাকীয়ে নিয়মীয়াকৈ ঘঁৰিয়ালৰ মাংস খাইছিল। 

তদুপৰি, চিকিৎসকসকলে আন এক সাম্ভাব্য পৰিস্থিতিৰ প্ৰস্তাৱ দিছিল য'ত দূষিত মাংস সাপৰ মাংস বিক্ৰী কৰা বজাৰৰ দোকানৰ পৰাও আহিব পাৰে, যাৰ ফলত ক্ৰছ-দূষিত হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement