--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেঁচা নহৰু এনেকুৱা এবিধ মছলা যিটো ভাৰতীয় লোকৰ প্ৰায় প্ৰতিটো ঘৰতে পোৱা যায়। ইয়াৰ সেৱনৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, যাৰ ফলত বহু ৰোগ আৰু সংক্ৰমণৰ সম্ভাৱনাৰ পৰা হাত সাৰিব পাৰি। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ৱটছৰ মতে, নহৰু পুৱা খালী পেটত খাব লাগে কাৰণ ইয়াৰ বহু উপকাৰিতা পোৱা যায়। কি কি উপকাৰিতা পোৱা যায় জানো আহক।

 খালী পেটত কেঁচা নহৰু খোৱাৰ উপকাৰিতা-

১. কৰ্কট ৰোগ প্ৰতিৰোধ কৰে-

নহৰুত এন্টি-অক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-কাৰ্চিনোজেনিক গুণ আছে, গতিকে পুৱা খালী পেটত কেঁচা নহৰু চোবাই খালে কেন্সাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে।

২. ডায়েবেটিছত সহায়ক-

নহৰুত এলিচিন নামৰ এবিধ যৌগ থাকে, যিয়ে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে পুৱা খালী পেটত প্ৰতিদিনে ৪টা ফুট কেঁচা নহৰু খালে বহুতো উপকাৰ পাব পাৰি।

৩. ওজন হ্ৰাস হয়-

যদি আপুনি প্ৰতিদিনে পুৱা সাৰ পাই খালী পেটত কেইফুটমান কেঁচা নহৰু খায় তেন্তে আপোনাৰ ওজন অতি দ্ৰুতগতিত হ্ৰাস পাবলৈ আৰম্ভ কৰে। এনে কিছুমান যৌগ ইয়াত পোৱা যায় যিয়ে শৰীৰৰ অতিৰিক্ত চৰ্বি গলাত সহায় কৰে।

৪. ডিপ্ৰেছন হ্ৰাস হয়-

মানসিক স্বাস্থ্যৰ বাবেও নহৰু খোৱাটো প্ৰয়োজনীয়, ইয়াৰ সহায়ত আমাৰ মন সুস্থ হৈ থাকে আৰু ই হতাশাৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি দিয়ে। মানসিক চাপৰ পৰা হাত সাৰিবলৈ খাদ্য তালিকা দৈনিক নহৰু অন্তৰ্ভুক্ত কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ