--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ছুভ’ নামেৰে পৰিচিত কানাডিয়ান-পাঞ্জাবী গায়ক শুভনীত সিঙে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া কনচাৰ্টৰ পূৰ্বে কেইবাটাও বিৰোধিতাৰ সন্মুখীন হৈছে। শেহতীয়াকৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্যসকলে তেওঁৰ পোষ্টাৰসমূহ ফালি পেলায়। তেওঁলোকৰ অভিযোগ- বিচ্ছিন্নতাবাদী খালিস্তানী উপাদানক সমৰ্থন কৰিছে গায়কগৰাকীয়ে।

কাশ্মীৰৰ বিকৃত মানচিত্ৰ পোষ্ট কৰি গায়িকাগৰাকীয়ে খালিস্তানীৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰা বুলি দাবী কৰি বিজেৱাইএমে আপত্তি দাখিল কৰিছে। হেডফোন মেজৰ boAt এ মঙলবাৰে কয় যে বিতৰ্কৰ মাজতে তেওঁলোকে আগন্তুক কনচাৰ্টটোৰ পৰা পৃষ্ঠপোষকতা প্ৰত্যাহাৰ কৰিবলৈ উলাইছে।

কৰ্ডেলিয়া ক্ৰুজত আয়োজিত "এছিয়াৰ আটাইতকৈ ডাঙৰ ক্ৰুজ উৎসৱ" হিচাপে প্ৰচাৰিত ক্ৰুজ কণ্ট্ৰল ৪.০ ইভেণ্টৰ অংশ হিচাপে ২৩-২৫ ছেপ্টেম্বৰলৈ শিল্পীজনে মুম্বাইত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা। কেৱল ভাৰততে নহয়, বিশ্বজুৰি প্ৰিয় "এলিভেটেড", "অ'জি", "চেক" আদি গীতেৰে শুভে জনপ্ৰিয়তা লাভ কৰিছে।

ভাৰতৰ আগশাৰীৰ ক্ৰিকেটাৰ বিৰাট কোহলীয়ে শেহতীয়াকৈ ভাৰতৰ বিকৃত মানচিত্ৰৰ বিতৰ্কিত ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ পিছতে শুভক ইনষ্টাগ্ৰামত আনফ’ল’ কৰিছে। গায়কগৰাকীয়ে এসময়ত কোহলীৰ প্ৰিয় আছিল আৰু তেওঁ টুইটাৰত ২৬ বছৰীয়া গায়কগৰাকীৰ প্ৰতি প্ৰশংসাও প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক