--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়ান গেমছ৷ এইবেলি এছিয়ান গেমছত ভাৰতীয় পতাকা লৈ শোভাযাত্ৰাত দেশক নেতৃত্ব দিব লাভলীনা বৰগোহাঁয়ে৷

ভাৰতীয় পতাকা থাকিব হৰমনপ্ৰীত সিঙৰ হাততো৷ অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁইৰ বাবে বিশেষ সন্মান৷
আন্তঃৰাষ্ট্রীয় পৰ্যায়ত সফল খেলুৱৈকে এই দায়িত্ব দিয়া হয়৷ 

শেহতীয়াকৈ ভাৰতীয় অলিম্পিক সন্থাই গ্ৰহণ কৰে এই সিদ্ধান্ত৷ জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই এই সন্মান পাব বুলি ভবা হৈছিল৷

হাংজোত অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ এছিয়ান গেমছ৷ ভাৰতৰ অভিলেখসংখ্যক ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিব এইবাৰ৷ ৬৫৫জন খেলুৱৈয়ে ভাৰতৰ হৈ খেলিব এছিয়ান গেমছত৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক