--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি প’ৰ্ণ উপভোগ কৰেনে? নিশ্চয় প’ৰ্ণগ্ৰাফীৰ সংস্পৰ্শলৈ নহাকৈ কোনো আধুনিক লোক বৰ্তমান নাই। আনকি খ্ৰীষ্টান ধৰ্মৰ যাজক, পাদুৰী, নানসকলেও প’ৰ্ণ চায়।

কেথ’লিক খ্ৰীষ্টান ধৰ্মৰ সৰ্বোচ্চ ব্যক্তি পোপ ফ্ৰাঞ্চিছে এই স্বীকাৰোক্তি কৰিছে। সোমবাৰে ৰোমৰ এটা অনুষ্ঠানত পোপে কয় যে প’ৰ্ণগ্ৰাফীয়ে মানুহৰ অত্মৰাত্মা দুৰ্বল কৰে।

“এইটো প্ৰায়ভাগ মানুহেই কৰা এটা অপকৰ্ম। আনকি পুৰোহিত-যাজক-নানসকলেও প’ৰ্ণ চায়।”- পোপে কয়- “প’ৰ্ণৰ দ্বাৰা আসুৰিক শক্তি মনত জন্ম হয়।”

ভেটিকান চিটিয়ে বুধবাৰে পোপৰ এই বক্তব্য সামাজিক মাধ্যমত মুকলি কৰিছে। তাত কোৱা দেখা গৈছে যে সকলোকে তেওঁ অনলাইন মাধ্যমত খ্ৰীষ্টান ধৰ্মৰ গৌৰৱগাথা প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে।

তদুপৰি তেওঁ কেথ’লিক খ্ৰীষ্টানসকলক প্ৰত্যেকৰে ফোনৰ পৰা প’ৰ্ণগ্ৰাফীসমূহ ডিলিট কৰিবলৈ আহ্বান কৰিছে। কয় যে ই মানুহৰ অত্মৰাত্মা প্ৰদূষিত কৰে।

৮৫ বছৰ বয়সীয়া পোপগৰাকীয়ে এই মন্তব্য কৰাৰ পাছতে বৰ্তমান ব্যাপক চৰ্চা লাভ কৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক