--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নানাৰঙী বিভিন্ন প্ৰজাতিৰ ফুল আৰু চিনাকী-অচিনাকি গছপুলিৰে উপচি পৰিছে দৈগ্ৰোং নৈৰ পাৰ।

ডিজিটেল ডেস্ক: নানাৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে দৈগ্ৰোং নৈৰ পাৰ। খুমটাই সমষ্টিৰ মুৰফুলনীৰ লেতেকুবস্তিত উদুলি-মুদলি পৰিৱেশ।


আজিৰে পৰা আৰম্ভ হ’ব মুৰফুলনীৰ লেতেকুবস্তিত খুমতাই গছ আৰু ফুলৰ উৎসৱ। নানাৰঙী বিভিন্ন প্ৰজাতিৰ ফুল আৰু চিনাকী-অচিনাকি গছপুলিৰে উপচি পৰিছে দৈগ্ৰোং নৈৰ পাৰ।


আজিৰে পৰা আৰম্ভ হ’ব চাৰি দিনীয়াকৈ মুৰফুলনীৰ লেতেকুবস্তিত অনুষ্ঠিত কৰা খুমটাই গছ আৰু ফুলৰ উৎসৱ। যাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।


কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই শুভ উদ্বোধন কৰিব খুমতাই গছ আৰু ফুলৰ উৎসৱ। ৰমকজমক ফুলৰে সুশোভিত এই উৎসৱে ৰাইজৰ মন আনন্দিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন