--°C
Loading...
Listen to Article
2 min read
80%
 মেষ ৰাশি- আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ’ব৷ কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ’ব। স্বাস্থ্য ভালে থাকিব। শুভ স১।


বৃষ ৰাশি – নতুন বস্তু কিনা হ’ব পাৰে। শৰীৰ-মন সুন্দৰ। নতুন প্ৰেমৰ যোগ। বিবাহৰ সংবাদ লাভ। ভ্ৰমণত শুভ। শুভ সংখ্যা ৬।

মিথুন ৰাশি- ভ্ৰমণ হ’ব পাৰে৷ কৰ্মস্থান শুভ। মনৰ আশা পূৰণ। ঘৰলৈ আলহী অহাৰ যোগ দেখা যায়৷ শুভ সংখ্যা ৯।

কৰ্কট ৰাশি – অফিচত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত। মানসিক শান্তি ভংগ। শুভ সংখ্যা ২।

সিংহ ৰাশি – ধন খৰচ হ’ব৷ মনৰ আশা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত সংঘাত। বন্ধুৰ সহায় লাভ। শুভ সংখ্যা ৫।

কন্যা ৰাশি – আয় বাঢ়িব৷ প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত বাধা। প্ৰেমত অসন্তুষ্ট। শুভ সংখ্যা ৮।

তুলা ৰাশি – শুভ সংবাদ লাভ কৰিব৷ মন পচন্দৰ ভোজন লাভ কৰিব। প্ৰেমত আশা বৃদ্ধি। শৰীৰত গুৰুত্ব দিয়ক। শুভ সংখ্যা ১।

বৃশ্চিক ৰাশি – সন্মান বাঢ়িব৷ বস্তু হেৰাব পাৰে,সাৱধান হওক। খৰচ হ্ৰাস হোৱাৰ যোগ দেখা যায়। প্ৰেমত দূৰত্ব। শুভ সংখ্যা ৮।

ধনু ৰাশি- মানুহে প্ৰশংসা কৰিব। দেহত বিষ হ’ব পাৰে। আলহীৰ আগমন। খৰচ বৃদ্ধি। শুভ সংখ্যা ৬।

মকৰ ৰাশি- মনত কষ্ট পাব। আপুনি কামক লৈ সজাগ হোৱাটো ভাল হ’ব। সন্তানক লৈ চিন্তা। খৰচ নিয়ন্ত্ৰণ। শুভ সংখ্যা ২।

কুম্ভ ৰাশি – আত্মীয়ৰ সৈতে মিলন। এলাহ ভাৱ দূৰ হ’ব। সন্তানক নজৰ দিয়ক। প্ৰশংসা শুনিব। শুভ সংখ্যা ৯।

মীন ৰাশি- বন্ধুৰ সৈতে মিলন হ’ব। সংসাৰত শুভ। শৰীৰ অসুস্থ। প্ৰেমত সন্দেহ। বিদ্যাত বাধা। শুভ সংখ্যা ৪।










FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ