--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিশাৰ ৰাজপথত মাতাল ছানী দেউলৰ থৰক-বৰক খোজ। সাংবাদিকে বেৰি ধৰিছে মাতাল ছানী দেউলক। মুহূৰ্তৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল অভিনেতা ছানী দেউলৰ মাতাল নিশাৰ ভিডিঅ’।   ব্লকবাষ্টাৰ ছবি 'গদাৰ'ত  আশ্চৰ্যকৰ অভিনয় কৰি মানুহক বিমোহিত কৰা ছানীৰ এনে অৱস্থা দেখি বহুতেই ব্যথিত হৈ পৰিল। 

বহুতে কৰিলে ইছ ইছ... ।বলীউডৰ অভিনেতা ছানী দেউলে মুম্বাইৰ জুহু চাৰ্কলত সুৰাপান কৰি ছলং-লপলংকৈ  খোজ কাঢ়ি থকাৰ দৃশ্যই বহুতৰে মনত দুখো দিলে। ছ'চিয়েল মিডিয়াত ইয়াৰ পিছতে অভিনেতাগৰাকী  ব্যাপক  ট্ৰ'লৰ সন্মুখীন হৈছে।

 
 অৱশ্যে, ড০ গৌৰৱ কুমাৰৰ এটা টুইটে সকলো কথা স্পষ্ট কৰি দিছে।   তেওঁ মাজনিশা একেটা ভিডিঅ' পোষ্ট কৰিছিল,শিৰোনাম দিছিল  "তেওঁ ছানি দেওল নেকি?"  


পিছত তেওঁ ছবি এখনৰ দৃশ্যগ্ৰহণৰ এখন ফটোও পোষ্ট কৰিছিল আৰু লিখিছিল, "ছানি দেওলে তেওঁৰ পৰৱৰ্তী ছবি ছফৰৰ শ্বুটিং কৰিছে।" শ্বুটিঙৰ বাবেই ছানীয়ে এজন মাতাল লোকৰ চৰিত্ৰত অভিনয় কৰিছে।  ৰাস্তাত ভিৰ দেখা যায় আৰু ছানীয়ে সেই ভিৰৰ  মাজৰেই ছলং পলংকৈ খোজকাঢ়ি যোৱা পৰিলক্ষিত হয়। 

পিছত, ছানি দেউলে এই কথা  নিশ্চিত কৰে যে এয়া তেওঁৰ  আহিবলগীয়া ছবি 'ছফৰ'ৰ দৃশ্যগ্ৰহণৰহে এটা অংশ আছিল।  তেওঁ  সুৰাপান কৰা ভিডিঅ' সম্পৰ্কীয় কথাবোৰ সম্পূৰ্ণ ভিত্তিহীন।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক