--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কি কি থাকিব ৰণবীৰ আৰু আলিয়াৰ  বিয়াৰ অভ্যৰ্থনাত৷ মেনুক লৈ ব্যস্ত এতিয়া ৰণবীৰ-আলিয়াৰ পৰিয়াল৷ ইতিমধ্যে বলীউডৰ দুই চেলিবিট্ৰি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহৰ তাৰিখে গুঞ্জন তুলিছে ছ'চিয়েল মিডিয়াকে ধৰি বলীউডকো৷ প্ৰতিদিনে এই দুই চেলিব্ৰিটিৰ বিবাহক লৈ ন-ন চৰ্চা অব্যাহত আছে৷ এইবাৰ অনুৰাগীসকলৰ এটাই চিন্তা আলিয়া ৰণবীৰৰ বিয়াৰ মেনুত থাকিব কি? 

যদিও ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে এপ্ৰিলৰ মাজভাগত বিবাহপাশত আবদ্ধ হ'ব, তেওঁলোকে এপ্ৰিলৰ শেষৰ ফালে এক বিশাল বিবাহ অভ্যৰ্থনা আয়োজন কৰিবলৈ গৈ আছে৷ দম্পতীটোৰ এক ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে যে, ইতিমধ্য বিবাহৰ অভ্যৰ্থনাৰ যো-জাও চলিছে৷ পিছে কোন কোন চেলিব্ৰিটীক তেওঁলোকৰ অভ্যৰ্থনালৈ আমন্ত্ৰণ জনোৱা হৈছে?

এক সূত্ৰই লগতে কয়, 'ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ অভ্যৰ্থনা এক আড়ম্বৰপূৰ্ণ বিষয় হ'ব। ৰণবীৰ সিং, দীপিকা পাডুকন, সঞ্জয় লীলা ভাঞ্চালী, আদিত্য চোপ্ৰা, শ্বাহৰুখ খান, অয়ন মুখাৰ্জী, আদিত্য ৰয় কাপুৰ, অৰ্জুন কাপুৰ, কৰণ জোহৰৰ দৰে বলীউডৰ তাৰকাসকলক ৰণবীৰ আৰু আলিয়াৰ অভ্যৰ্থনা অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে।'

ৰণবীৰ-আলিয়াৰ বিয়াৰ বিষয়ে কথা পাতি উদ্যোগৰ ভিতৰুৱা এজনে কয়, 'দুয়োটা পৰিয়ালে সিদ্ধান্ত লৈছে যে বিয়াখন এপ্ৰিলৰ মাজভাগত হ'ব। এই সিদ্ধান্তটো ৰণবীৰ আৰু আলিয়াৰ কামৰ প্ৰতিশ্ৰুতি আৰু পৰিয়ালৰ পণ্ডিতৰ দ্বাৰা বাছনি কৰা তাৰিখৰ ওপৰত আধাৰিত কৰি লোৱা হৈছে।' ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ পাছত প্ৰথমখন ছবি অয়ন মুখাৰ্জীৰ ‘ব্ৰহ্মাস্ত্ৰ'ই মুক্তি লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক