--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ হোটেলৰ ব্যৱসায়ত নামিব বলীউডৰ ভাইজান ছলমান খান। প্ৰায় ১৯ মহলীয়া এখন বিলাসী হোটেল নিৰ্মাণ কৰি আছে ছলমানে। কোটি কোটি টকাৰ গৰাকী হোৱাৰ পিছতো অভিনেতাগৰাকীয়ে এতিয়াও পিতৃ-মাতৃৰ সৈতে গেলাক্সি এপাৰ্টমেণ্টৰ এটা সৰু কোঠাত থাকে। 

উল্লেখ্য যে ছলমানৰ শেহতীয়াকৈ মুক্তি পোৱা ‘কিছি কা ভাই কিছি কা জান’ ছবিখনে বক্স অফিচত বিশেষ ভাল প্ৰদৰ্শন নকৰিলে। এই সকলোবোৰৰ মাজতে ছলমান খানে হোটেল খুলিবলৈ ওলাইছে।

সূত্ৰ অনুসৰি বিএমচিয়ে ইতিমধ্যে হোটেলখনৰ ব্লুপ্ৰিণ্ট ছীল কৰিছে। এটা সময়ত এই মাটিখিনি ষ্টাৰলেট সমবায় গৃহ নিৰ্মাণ সমিতিৰ আছিল। অৱশ্যে কেইবাবছৰ পূৰ্বে খান পৰিয়ালে সেয়া ক্ৰয় কৰিছিল।

প্ৰথমে খান পৰিয়ালে ইয়াত এটা বাসগৃহ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু এতিয়া সেই পৰিকল্পনা সলনি হৈছে। এতিয়া সেই ঠাইত বিলাসী হোটেল নিৰ্মাণ কৰিব চুপাৰষ্টাৰ চলমান খানে।

বহু সম্পত্তিৰ মালিক ছলমান খান। এইবাৰ মুম্বাইৰ বিলাসী হোটেলবোৰৰ তালিকাত বান্দ্ৰাৰ কাৰ্টাৰ ৰোডত থকা ছলমানৰ হোটেলখনো যোগ হ’বলৈ গৈ আছে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে