--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বাৰিষা কালছোৱাত আমি  নানা সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়। এই সমস্যাবোৰৰ ভিতৰত অন্যতম সমস্যা হৈছে -মহ৷ এই সময়খিনিত বছৰৰ আন সময়তকৈ মহৰ প্ৰাৰ্দুভাৱ বেছি ৷ মহৰ বাবে বহু ভয়াৱহ ৰোগৰো সৃষ্টি হ’ব পাৰে৷ জানো আহক, মানুহৰ  কি ৰক্ত গ্ৰুপে মহক বেছি আকৰ্ষণ কৰে৷ 

 মানৱ শৰীৰৰ পৰা নিৰ্গত কিছুমান ৰাসায়নিক পদাৰ্থই মহক বেছি আকৰ্ষিত কৰে। আৰু এই ৰাসায়নিক পদাৰ্থ যি সকলৰ দেহত অধিক পৰিমাণে থাকে সেইসকল লোকক  মহে বেছিকৈ কামোৰে!

“মহে মোক ইমান কামোৰে কিয়? এই প্ৰশ্নটো প্ৰায়ে আপোনাৰ মনলৈ আহে নেকি? বহুতো উত্তৰ বিচাৰি পোৱা নাই নেকি? বহুসময়ত এনে হয় যে আপুনি কৰবাত বহি কথা পাতি আছে, আপোনাৰ কাষত বহি থকা ব্যক্তিজনক মহে কামোৰাটো দূৰৈৰ ,মহটো   তেওঁৰ কাষলৈও যোৱা নাই। আৰু আপুনি মহৰ কামোৰত  অতিষ্ঠ হৈ পৰিছে! আপুনি জানেনে এনে কিয় হয়?

বিভিন্ন অধ্যয়নে দেখুৱাইছে যে মহবোৰে কিছুমান লোকক সঁচাকৈয়ে 'ভাল পায়'! যি সকল লোকৰ  শৰীৰে ঘামৰ জৰিয়তে অধিক পৰিমাণৰ লেকটিক এচিড, ইউৰিক এচিড, এমোনিয়া নিষ্কাশন কৰে, তেওঁলোকৰ মহবোৰে অধিক কামোৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী