--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিডনীৰ সমস্যা অতি কষ্টদায়ক। ইয়াৰে এটা সমস্যা হ’ল কিডনী ষ্টনৰ সমস্যা।  কিডনীত পাথৰ হ’লে ৰোগীজনে অতি বেদনাদায়ক অৱস্থাৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত এজন ব্যক্তিয়ে নিজৰ ডায়েট প্লেন (Kidney Stone Diet) অতি সাৱধানে কৰিব লাগে। যদি আপোনাৰ কিডনীৰ সমস্যা আছে, তেন্তে ইয়াত দিয়া কিছুমান ৰসৰ সহায়ত এই সমস্যা দূৰ কৰিব পাৰি। এই ৰস কেনেকৈ বনাব লাগে জানি লওক।

কিডনী ষ্টনৰ বাবে ৰস

যদি আপুনি কিডনীত ষ্টনৰ অসুবিধা পায়, তেন্তে আপুনি এই ৩ প্ৰকাৰৰ ৰস আপোনাৰ খাদ্যত যোগ কৰিব পাৰে, যাতে বিষকে ধৰি বহু সমস্যাৰ পৰা সকাহ পাব পাৰে।

১) বিলাহীৰ ৰসঃ কিডনীত ষ্টনৰ আঁতৰোৱাত বিলাহীৰ ৰস অতি উপযোগী। এনে অৱস্থাত দুটা বিলাহী ভালদৰে ধুই পিহি লওক। ৰসত নিমখ আৰু জালুকৰ গুড়ি মিহলাই সেৱন কৰক, ইচ্ছা কৰিলে প্ৰস্তুত কৰা মিশ্ৰণটো ফ্ৰীজত ৰাখি পিছত ৰসৰ ৰূপত সেৱন কৰিব পাৰে।

২) নেমুৰ ৰসঃ নেমুৰ ভিতৰত চাইট্ৰিক এচিড থাকে। এনে পৰিস্থিতিত যদি আপুনি কিডনী ষ্টনৰ সমস্যাত নেমুৰ ৰস সেৱন কৰে, তেন্তে এই সমস্যাটোও সমাধান হ’ব পাৰে। আপুনি এটা বাটিত দৈ লৈ তাত এচামুচ নেমুৰ ৰস দি, এতিয়া ৰুচি অনুসৰি নিমখ মিহলাই মিশ্ৰণটো ভালদৰে লৰাই সেৱন কৰক।এনেদৰে খালে আপুনি কিডনীৰ পাথৰৰ সমস্যাৰ পৰা সকাহ পাব পাৰে।

৩) তুলসীৰ ৰসঃ তুলসীৰ পৰা তৈয়াৰী ৰস বৃক্কৰ পাথৰৰ সমস্যা দূৰ কৰাত উপযোগী। এনে অৱস্থাত তুলসী পাতৰ ৰস উলিয়াই তাত এচামুচ মৌ মিহলাই প্ৰস্তুত কৰা মিশ্ৰণটো পুৱা আৰু গধূলি খাব লাগে। এনে কৰিলে কিডনীৰ সমস্যা দূৰ হ’ব।

(বিঃদ্ৰঃ ইয়াত দিয়া তথ্যসমূহ ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। ইয়াক গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব)

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে