--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ন্যায়াধীশ প্রশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ এন ভি অঞ্জাৰিয়াৰ খণ্ড বিচাৰপীঠে ই ডিয়ে দাখিল কৰা আৱেদনৰ শুনানি গ্রহণ কৰি কয় যে আই পেকৰ বিৰুদ্ধে তদন্ত প্রক্রিয়াত মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপে গণতান্ত্রিক প্রক্রিয়াত বাধা প্রদান কৰিছে।

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ৰ তীব্র ভর্ৎসনাৰ সন্মুখীন হ'ল পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী। আই পেকৰ কাৰ্যালয়ত আইন বলৱৎকাৰী সঞ্চালকালয় (ই ডি)ৰ তালাচীৰ সময়ত বাধা প্রদানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ন্যায়ালয়ে তিৰস্কাৰ কৰে। 


ন্যায়াধীশ প্রশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ এন ভি অঞ্জাৰিয়াৰ খণ্ড বিচাৰপীঠে ই ডিয়ে দাখিল কৰা আৱেদনৰ শুনানি গ্রহণ কৰি কয় যে আই পেকৰ বিৰুদ্ধে তদন্ত প্রক্রিয়াত মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপে গণতান্ত্রিক প্রক্রিয়াত বাধা প্রদান কৰিছে। এয়া কেতিয়াও গ্রহণযোগ্য নহয়। এয়া ৰাজ্য আৰু কেন্দ্ৰৰ মাজৰ দ্বন্দ্ব নহয়। কিন্তু এগৰাকী মুখ্যমন্ত্রীয়ে কেতিয়াও এটা সংস্থাৰ তদন্ত প্ৰক্ৰিয়াৰ মাজত সোমাব নোৱাৰে। 


উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক কনছালটেন্সি ফার্ম ইণ্ডিয়ান পলিটিকেল এক্সন কমিটী (আই পেক)ৰ কাৰ্যালয়ত অবৈধ ধন সৰবৰাহৰ গোচৰত অভিযান চলাইছিল। ই ডিৰ এই অভিযানত মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বাধা প্রদান কৰিছিল। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল ই ডি।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ