--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক ক্ৰিকেট খেলি থকা অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে এজন ছাত্ৰই। উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো।  বন্ধুবৰ্গৰ সৈতে দশম শ্ৰেণীৰ এজন ছাত্ৰই ক্ৰিকেট খেলি থাকোতেই হৃদযন্ত্ৰ বিকল হৈ মৃত্যুক সাৱটি লয়।

১৬ বছৰীয়া ল’ৰাজনৰ নাম অনুজ। বুধবাৰে কানপুৰৰ বিলহাউৰৰ বিচি গ্ৰাউণ্ডত তেওঁৰ বন্ধুবৰ্গৰ সৈতে ক্ৰিকেট খেলি আছিল। ক্ৰিকেট খেলি থাকোতেই তেওঁ ৰাণ ল’বলৈ দৌৰোতে মাটিত পৰি যায়। লগালগ অচেতন হৈ পৰে। বন্ধুসকলে তেওঁৰ চেতনা ঘূৰাই পাবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়।

তাৰপাছতে ততাতৈয়াকৈ তেওঁক স্থানীয় চিএইচচি চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু  তেওঁক বচাব পৰা নগ’ল। চিকিৎসকসকলে জনায় যে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ছাত্ৰজন। তাৰপাছতে শোকৰ ছাঁ পৰিছে অঞ্চলটোত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক