--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াই এদিনীয়া ক্ৰিকেটত বিশ্ব জয় কৰাৰ পিছত ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাত খেলি আছে। তাত প্ৰথম দুখন মেচত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া। তৃতীয় মেচত জয়ী হৈছে। বিশ্বকাপ বিজয়ী অধিনায়ক পেট কামিন্স এই ছিৰিজত নাই। জিৰণি লোৱা কামিন্সে দলটোৰ পৰাজয়ক বেছি গুৰুত্বসহকাৰে লোৱা নাই।

বিশ্বকাপৰ ফাইনেলত ভাৰতক পৰাস্ত কৰাৰ চাৰিদিন পিছতে আৰম্ভ হৈছিল টি-২০ শৃংখলা। সেই দলৰ পৰা সাতজন ক্ৰিকেটাৰক ৰাখি অষ্ট্ৰেলিয়াই দলটো গঠন কৰিছিল। যদিও তেওঁলোকে প্ৰথম দুখন মেচৰ অন্তত ছয়জনক দেশলৈ ঘূৰাই পঠিয়াইছে।

কামিন্সে কয়, “তেওঁলোক মানুহ, ৰবট নহয়। বিশ্বকাপত সকলো উজাৰি দিছিল। দুদিন পিছত আকৌ খেলিবলৈ নামি আহিলে ১০০ শতাংশ দিব নোৱাৰিলেও একো নকয়। অৱশ্যেই তেওঁলোকে অষ্ট্ৰেলিয়াৰ হৈ খেলিছে। এই চিৰিজটো তৰুণসকলৰ বাবে এক ডাঙৰ সুযোগ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক