--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট খেলপথাৰত বিভিন্ন ধৰণৰ আউট-এ শিৰোনাম দখল কৰিছে। কিছুমান আউট হাস্যকৰ হোৱা দেখা গৈছে। ইউৰোপৰ এখন ক্ৰিকেট মেচতো দেখা গ’ল একেধৰণৰ ঘটনা। বেটছমেনজনে অদ্ভুত ধৰণে আউট হয়, যাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

এই ঘটনা সংঘটিত হৈছে ইউৰোপৰ এখন ক্ৰিকেট খেলত। অফ ষ্টাম্পৰ বহু বাহিৰত ভালদৰে বল কৰিছিল বলাৰগৰাকীয়ে। বেটছমেনজনে উইকেটৰ পিছফালে শ্বটটো খেলিবলৈ গৈছিল। সেই শ্বটটোৰ পৰা উফৰি অহা কেচ ধৰিবলৈ উইকেটকীপাৰজনেও আগবাঢ়ি গৈছিল। কিন্তু বেটছমেনৰ শ্বটটো উইকেটকীপাৰৰ হেলমেটত খুন্দা মাৰি ওপৰলৈ উঠি গ’ল। শ্বৰ্ট থাৰ্ড মেনত ফিল্ডাৰজনে দৌৰি আহি কেচটো লয়। কাৰণ বলটোৱে মাটি স্পৰ্শ কৰা নাই, সেয়েহে ইয়াক আউট বুলি গণ্য কৰা হয়।

কিছুদিন পূৰ্বে নেপালৰ বিৰুদ্ধে এখন খেলত পাকিস্তানৰ মহম্মদ ৰিজৱানক অদ্ভুত ধৰণে ৰান আউট হৈছিল। ২৪ নং অভাৰত তেওঁ আউট হয়। ৰিজৱানে ৪৪ ৰানত বেটিং কৰিছিল। সহজ ৰাণ এটা ল’বলৈ দৌৰিলে তেওঁ। কিন্তু নেপালৰ দিপেন্দ্ৰ সিঙে উইকেটলৈ লক্ষ্য কৰি বলটো দলিয়াই দিয়ে। ৰিজৱানে ক্ৰীজত সোমোৱাৰ আগতে জপিয়াই পৰিল। কিন্তু তেওঁৰ বেটখন মাটিত নাথাকিল। সেইবাবেই তেওঁক ৰাণ আউট দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক