--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হালধিৰ উপকাৰিতাৰ বিষয়ে কোনেও অজ্ঞাত নহয়। চিকিৎসক আৰু বিশেষজ্ঞসকলে বিভিন্ন ধৰণৰ স্বাস্থ্যৰ উপকাৰিতাৰ বাবে হালধি ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি স্বাস্থ্যজনিত বিভিন্ন ব্যৱস্থাত হাজাৰ হাজাৰ বছৰ ধৰি হালধি ব্যৱহাৰ হৈ আহিছে। কিন্তু এই হালধিয়ে কিমান স্বাস্থ্যকৰ (Turmeric Health Benefits)? সেইটো জানেনে?

 হালধিৰ উপকাৰিতা-

১. বিশেষজ্ঞসকলৰ মতে শৰীৰত হোৱা যিকোনো কটা ঘাঁ ভাল কৰিবলৈ হালধিৰ উপকাৰিতা বহুত। তদুপৰি ইয়াৰ সংমিশ্ৰণে বিভিন্ন ধৰণৰ হৃদৰোগ প্ৰতিৰোধ কৰাৰ লগতে বিভিন্ন জটিল ৰোগ নিৰাময় কৰাত ফলপ্ৰসূ।

 ২. মগজুৰ স্বাস্থ্যৰ বাবে হালধি অতি উপকাৰী। বিশেষজ্ঞসকলৰ মতে বিভিন্ন স্নায়ু ৰোগ নিৰাময়ত হালধি অতি ফলপ্ৰসূ।

 ৩. হালধিত থকা উপকাৰী উপাদানে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

 ৪. কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে হালধিয়ে।

 ৫. নিয়মীয়া খাদ্য তালিকাত হালধিৰ ব্যৱহাৰে এলঝেইমাৰ বা ডিমেনচিয়া ৰোগ প্ৰতিৰোধ কৰে। মগজুত সঠিক ৰক্ত সঞ্চালন বজাই ৰখাত সহায় কৰে।

 ৬. গাঁঠিৰ বিষ ৰোধ কৰে। বাতবিষ নিৰাময় কৰাত সহায় কৰে।

 ৭. বিশেষজ্ঞসকলৰ মতে হালধি কেন্সাৰ, এলঝেইমাৰ, হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰি দীৰ্ঘদিন জীয়াই থকাত সহায় কৰে।

 স্বাস্থ্য উপকাৰিতাৰ বাবে কিমান হালধি ব্যৱহাৰ কৰিব লাগে?

ৰন্ধা-বঢ়াৰ পৰা হোৱা স্বাস্থ্য উপকাৰিতাৰ বাবে বহুতে হালধি ব্যৱহাৰ কৰে। কিন্তু এই উপাদানটো কিমান স্বাস্থ্যকৰ সেই কথা বহুতে নাজানে। বিশেষজ্ঞসকলৰ মতে প্ৰতিদিনে ২০০০ৰ পৰা ২৫০০ মিলিগ্ৰাম হালধি সেৱন কৰিলে স্বাস্থ্য উপকাৰিতা আছে। বহুতো ৰোগ প্ৰতিৰোধ কৰে। কিন্তু যদি আপুনি কোনো গুৰুতৰ ৰোগত ভুগি আছে, তেন্তে হালধি ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব