--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে বিবাহ সম্পৰ্কীয় ভিডিঅ' চাবলৈ ভাল পায়। কিছুমান বিয়াৰ ভিডিঅ' নিমিষতে ভাইৰেল হৈ পৰে। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, যি ভিডিঅ' চাই সকলোৱে বৰ আমোদ পাইছে।

আপুনি নিশ্চয় বহু ধৰণৰ বিয়াৰ ভিডিঅ' দেখিছে কিন্তু এনেকুৱা ভিডিঅ' দেখিছে নেকি য'ত দৰাজনে মূৰ তললৈ কৰি ভৰি ওপৰলৈ কৰি থিয় হৈ আছে আৰু কাষতে কইনাজনীয়ে নাচি আছে ভাৰত নাট্যম। যদি দেখা নাই তেন্তে এতিয়াই চাওক ভিডিঅ'টো, যিটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে।

চাওক ভিডিঅ'


দৰাৰ ৰূপ দেখি মানুহৰ মুখত হাঁহি বিয়পি পৰিছে। পৰম্পৰাগত বিবাহৰ সাজ পৰিধান কৰিছে ন দৰা-কইনাই। ইমান কঠিন শ্বুট এটা পাবলৈ দৰাই কিমান যে কষ্ট কৰিবলগীয়া হৈছে সেই কথাই ভবাই তুলিছে সকলোকে। 

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত শ্বেয়াৰ কৰা হৈছে। এতিয়ালৈকে এই ভিডিঅ'টো ৫.৭ লাখ লোকে প্ৰত্যক্ষ কৰিছে। কেৱল এয়াই নহয় হাজাৰ হাজাৰ লোকে (Social Media Users) ভিডিঅ’টোও লাইক কৰিছে। মাত্ৰ ৩৮ ছেকেণ্ডৰ এই ভিডিঅ’টো চোৱাৰ পাছত কমেণ্ট ছেকচনত মানুহে বহু ধেমেলীয়া প্ৰতিক্ৰিয়া কৰা দেখা গ’ল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement