--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাটিৰ তললৈ ক্ৰমাৎ সোমাই গৈছে যোশীমঠ চহৰ। আৰু হয়তোকিছুদিনৰ পিছতেচহৰ খনৰ কোনো চিনেই নাথাকিব। উত্তৰাখণ্ডৰ এইচহৰ খনৰ এনে বিপৰ্যয় হ'ল কিয়? শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি যোশীমঠৰ দুৰ্যোগৰ বাবে দায়ী  জলবিদ্যুৎ প্ৰকল্পৰ বাবে খনন কৰা এটা সুৰংগ। 

 ২০০৯ চনত খনন আৰম্ভ কৰা এইসুৰংগটোৱে প্ৰকৃতিৰ দ্বাৰা সৃষ্ট  বিশাল জলাশয়ত স্পৰ্শ কৰিছিল। ফলত  হাজাৰ গেলন পানী সেই জলাধাৰৰ পৰা ওলাই আহিছিল। লাহে লাহে জলাধাৰটো শুকাই যোৱাৰ ফলত পানীৰ অন্যান্য উৎসও শুকাই যায় আৰু সমগ্ৰ এলেকাটো ফোপোলা হৈ পৰে।  বিশেষজ্ঞসকলে দাবী কৰিছে  যে বিশাল জলাশয়টো শুকাই যোৱাৰ বাবেই   অঞ্চলটোৰ মাটি শুকাই গৈছে আৰু ফোঁপোলা হৈ পৰিছে।

 ফলস্বৰূপে ওপৰৰ সকলো বস্তু ক্ৰমাৎ তললৈ বহি গৈছে। যোশীমঠ চহৰ মুখ্যতঃ ভূমিস্খলন প্ৰৱণ এলেকাত অৱস্থিত এখন চহৰ। গতিকে তাত মাটি ঢিলা হৈয়েই থাকে । ইয়াৰ লগতে  মুক্তভাৱে পাহাৰ কাটি চহৰখনৰ সম্প্ৰসাৰণ কৰা, জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকৰা, ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে মাটি কটাৰ ফলত পৰিস্থিতি অধিক বেয়াৰ পিনে গতি কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement