--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  তেলেগু-তামিল চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা ৰামচৰণ৷  দৃশ্যগ্ৰহণৰ  ব্যস্তাৰ মাজতে   অভিনেতা ৰাম চৰণে  কৰ্কট ৰোগত আক্ৰান্ত এটি শিশুক   লগ কৰিবলৈ গৈ শিশুটিৰ মুখত হাঁহি বিৰিঙাই তুলিবলৈ সক্ষম হৈছে।


আৰআৰআৰৰ তাৰকাগৰাকীয়ে হায়দৰাবাদৰ স্পৰ্শ চিকিৎসালয়লৈ গৈ শিশুটিক লগ কৰে৷ অভিনেতাগৰাকীয়ে  ৯ বছৰীয়া অনুৰাগী ৰাবুল মণি কুশলৰ সৈতে চিকিৎসালয়লৈ গৈ বাৰ্তালাপ কৰে আৰু তেওঁক এটা উপহাৰ দি আচৰিত কৰি দিয়ে। 

ৰাম চৰণে শিশু অনুৰাগীজনৰ সৈতে বাৰ্তালাপ কৰাৰ ফটো ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে। মানুহে অভিনেতাজনক  তেওঁৰ এনে কাৰ্যৰ বাবে প্ৰশংসা কৰিছে। এজন অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত লিখিছে   তেওঁৰ অনুৰাগী হ'বলৈ পাই গৌৰৱান্বিত। এজনে মন্তব্য কৰিছে, " এনে সৰু সৰু কথাবোৰেৰেই জীৱন  বহুদূৰ আগবাঢ়ে।"  আন এজনে লিখিছে, "এই ব্যক্তিজন সঁচাকৈয়ে নম্ৰ আৰু দয়ালু।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক