--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
চিকিৎসা বিজ্ঞান অনুসৰি  কণীত যথেষ্ট কলেষ্টৰেল থাকে ৷ আৰু  তেজত উচ্চ কলেষ্টেৰলৰ স্তৰে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে।অৱশ্যে  ইয়াৰ অৰ্থ এইটো নহয় যে  কণী খালেই হৃদৰোগৰ আশংকা বৃদ্ধি হ’ব ।

২০১৮ চনত আমেৰিকান জাৰ্নেল অফ ক্লিনিকেল নিউট্ৰিছনত প্ৰকাশিত এক অধ্যয়ন মতে  প্ৰিডায়েবেটিক আৰু টাইপ  ২ ডায়েবেটিচ থকা লোকসকলক চোৱা হৈছিল। এনে লোকসকলৰ হৃদৰোগৰ আশংকা অধিক বুলি গণ্য কৰা হয়।

তেওঁলোকে প্ৰায় তিনি মাহৰ বাবে প্ৰতি সপ্তাহত কমেও ১২ টা কণী খাইছিল আৰু দেখা গৈছিল যে তেওঁলোকৰ হৃদৰোগৰ আশংকা একেবাৰে বৃদ্ধি হোৱা নাছিল।

:যিসকল লোকৰ কলেষ্টৰেল ইতিমধ্যে বেছি, তেওঁলোকে কণী খাব পাৰিবনে?

প্ৰথম কথাটো হ'ল আহাৰৰ পৰা যিকোনো খাদ্য সম্পূৰ্ণৰূপে আঁতৰ কৰাৰ বা নতুন খাদ্য যোগ দিয়াৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কাৰণ দুৰাৰোগ্য ৰোগত আক্ৰান্ত প্ৰতিজন ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থা বেলেগ বেলেগ।

এজন ব্যক্তিৰ পৰামৰ্শ আন এজনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। আৰু যিসকলৰ কলেষ্টৰেলৰ স্তৰ, ৰক্তচাপ আদি স্বাভাৱিক, তেওঁলোকৰ ডায়েবেটিচ নাই, স্বাস্থ্যকৰ আহাৰ অনুসৰণ কৰে, কণী খোৱাত কোনো বাধা নাই।

বিশেষজ্ঞসকলে কলেষ্টৰেলৰ  উৎসৰ প্ৰতি সাৱধান হ'বলৈ কয়। ইয়াৰ মুখ্য কাৰণ হৈছে যে আহাৰত যথেষ্ট 'সংপৃক্ত চৰ্বি' আছে। আৰু এই চৰ্বিয়ে কলেষ্টেৰলৰ স্তৰ বৃদ্ধি কৰে। তাৰ ওপৰত, যদি শৰীৰত খোৱা উৎসৰ পৰা অধিক পৰিমাণৰ কলেষ্টৰেল থাকে, সমস্যা সৃষ্টি কৰিব পাৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ