--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হৃদৰোগৰ অন্যতম প্ৰধান কাৰণ হ’ল-কলেষ্টেৰল বৃদ্ধি। কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব যে এই অৱস্থাত ভিটামিন-ডিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভিটামিন-ডিৰ অভাৱত আপুনি উচ্চ কলেষ্টেৰলৰ বলি হ’ব পাৰে। দৰাচলতে শৰীৰত ভিটামিন-ডিৰ অভাৱত বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড বৃদ্ধি পাব পাৰে। সেয়েহে এনে পৰিস্থিতিত ভিটামিন-ডিসমৃদ্ধ কাঠফুলা উপকাৰী হ’ব পাৰে।

 ১০০ গ্ৰাম কাঠফুলাত প্ৰায় ৭ আই ইউ ভিটামিন-ডি থাকে। কাৰণ কাঠফুলাই দীৰ্ঘ সময় ধৰি সূৰ্য্যৰ পোহৰ শোষণ কৰে। ইয়াৰ ফলত ভিটামিন-ডি২ ডি৩ আৰু ডি৪ প্ৰধান উৎস হয়। গতিকে কাঠফুলাত যথেষ্ট পৰিমাণে ভিটামিন-ডি পোৱা যায়।

উচ্চ কলেষ্টেৰলত কাঠফুলাৰ উপকাৰিতা-

১. ভাল কলেষ্টেৰল বৃদ্ধি কৰেঃ-বিশেষকৈ কাঠফুলাত কলেষ্টেৰলৰ মাত্ৰা কমাই ৰখাত সহায় কৰে। দৰাচলতে শৰীৰত থকা বেয়া কলেষ্টেৰলে তেজত থকা মুঠ কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰাৰ লগতে ইয়াৰ সেৱনে ভাল কলেষ্টেৰল বৃদ্ধি কৰে আৰু শৰীৰৰ বহু সমস্যা সমাধান কৰাত সহায় কৰে।

২. ৰক্তবাহী নলী সুস্থ কৰি ৰাখেঃ-শৰীৰত কলেষ্টেৰল বৃদ্ধি হ’লে ৰক্তবাহী নলীৰ ক্ষতি হ’ব পাৰে। এনে পৰিস্থিতিত ভিটামিন-ডিসমৃদ্ধ কাঠফুলা সেৱনে এই সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে। ই ৰক্তবাহী নলী সুস্থ কৰি ৰাখে আৰু উচ্চ কলেষ্টেৰল ৰোগীৰ যিকোনো ধৰণৰ ক্ষতি ৰোধ কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক