--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতিজন ব্যক্তিয়ে জীৱনত অপাৰ সফলতাৰ লগতে ধন-সম্পদৰ কামনা কৰে। ঘৰত দৈনিক এই ৫টা কাম কৰি মালক্ষ্মীক কেনেকৈ সন্তুষ্ট কৰিব পাৰি আৰু সকলো মনোকামনা পূৰণ কৰাৰ নিশ্চিত উপায় জানো আহক। বাস্তুশাস্ত্ৰৰ মতে প্ৰতিদিনে ৫টা বিশেষ কামত মালক্ষ্মী সন্তুষ্ট হৈ ভক্তক আশীৰ্বাদ প্ৰদান কৰে।

 এই পদ্ধতিসমূহ মানি চলক-

* তুলসীৰ তলত ঘিউৰ চাকি জ্বলাব-

আপোনাৰ ঘৰত নিশ্চয় তুলসী গছ আছে। তুলসী গছত মালক্ষ্মী বাস কৰে বুলি ধাৰণা কৰা হয়। জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে যদি আপুনি প্ৰতিদিনে পুৱা আৰু গধূলি ঘিউৰ চাকি জ্বলাই তুলসীৰ তলত পূজা কৰে তেন্তে মালক্ষ্মী সন্তুষ্ট হয় আৰু পৰিয়ালৰ সকলো কামনা পূৰণ কৰে।

* পূব দিশে মুখ কৰি খাদ্য গ্ৰহণ কৰিব-

জ্যোতিষশাস্ত্ৰৰ মতে পূব দিশে মুখ কৰি খাদ্য গ্ৰহণ কৰিব লাগে। এই দিশটো সূৰ্য্য দেৱতাক উৎসৰ্গিত আৰু ইয়াক শুভ বুলি গণ্য কৰা হয়। খোৱাৰ সময়ত ভৰিত চেণ্ডেল পিন্ধিব নালাগে, নহ’লে মাঅন্নপূৰ্ণা অসন্তুষ্ট হৈ পৰে।

* উত্তৰ-পূব দিশত গংগা পানী ছটিয়াব-

ঘৰৰ উত্তৰ-পূব কোণক আটাইতকৈ শুভ বুলি গণ্য কৰা হয়। জ্যোতিষশাস্ত্ৰৰ মতে অপশক্তিক ঘৰৰ পৰা আঁতৰাই ৰাখিবলৈ নিয়মিতভাৱে উত্তৰ-পূবত গংগাজল ছটিয়াব লাগে।

* প্ৰতিদিনে পুৱা উঠি হাতৰ তলুৱা চাওক-

যদি আপুনি কম সময়ত ধনী হ’ব বিচাৰে তেন্তে পুৱা প্ৰথমে হাতৰ তলুৱাল চোৱাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ লগতে ‘কৰগ্ৰে বসতে লক্ষ্মী’ ('कराग्रे वसते लक्ष्मी' ) মন্ত্ৰ জপ কৰক। বিশ্বাস কৰা হয় যে এনে কৰিলে মাসৰস্বতী আৰু মালক্ষ্মী দুয়োজনেই সন্তুষ্ট হয় আৰু ব্যক্তিজনক আশীৰ্বাদ প্ৰদান কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক