--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্চাঙৰ মতে চলিত বৰ্ষৰ শেষটো চন্দ্ৰগ্ৰহণ কাতি পূৰ্ণিমাত অৰ্থাৎ কাইলৈ হ’ব। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২.৪১ বজাৰ পৰা আৰম্ভ হোৱা এই গ্ৰহণৰ অন্ত পৰিব নিশা ৬.২০ বজাত। ইয়াৰ পৰিত্ৰাণৰ সময় হ’ব ৭.২৫ বজাত। এই গ্ৰহণৰ লগে লগে সন্ধিয়া ৫.২০ বজাৰ পৰা ভাৰতত দৃশ্যমান হ’ব আৰু চন্দ্ৰ অস্তৰ লগে লগে সন্ধিয়া ৬.২০ বজাত শেষ হ’ব। ভাৰতত ইয়াৰ সুতক সময়সীমা বৈধ হ’ব। এই চন্দ্ৰগ্ৰহণৰ ফলত এই ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰিব। জানো আহক-

 অশুভ প্ৰভাৱ পৰা ৰাশিসমূহ-

১. মেষ ৰাশিঃ-মেষ ৰাশিৰ স্বামী হৈছে মংগল গ্ৰহ। এই চন্দ্ৰগ্ৰহণৰ ফলত এইসকল লোকৰ ওপৰত অশুভ প্ৰভাৱ পৰিব। বহু ধৰণৰ অজ্ঞাত ভয় মেষ ৰাশিৰ লোকৰ ওপৰত পৰিব। আৰ্থিক সমস্যা থাকিব।

২. বৃষ ৰাশিঃ-চলিত বৰ্ষৰ শেষৰ চন্দ্ৰগ্ৰহণৰ কু-প্ৰভাৱৰ বাবে এই লোকসকলৰ জীৱনত হঠাৎ ডাঙৰ সংকট আহিব পাৰে আৰু ধনৰ ক্ষতি হ’ব পাৰে।

৩. সিংহ ৰাশিঃ-চন্দ্ৰগ্ৰহণৰ বাবে সিংহ ৰাশিৰ লোকৰ সন্মানৰ ওপৰত সংকট আহিব পাৰে। গতিকে এনেধৰণৰ যিকোনো কাম পৰিহাৰ কৰিব লাগে যাৰ বাবে তেওঁলোকক অপমানিত হ’বলগীয়া হয়।

৪. কন্যা ৰাশিঃ-চন্দ্ৰগ্ৰহণৰ অশুভ প্ৰভাৱৰ বাবে কন্যা ৰাশিৰ লোকসকল ক্ষতি সন্মুখীন হ’ব পাৰে।

৫. তুলা ৰাশিঃ-তুলা ৰাশিৰ স্বামী হৈছে শুক্ৰ। এই চন্দ্ৰগ্ৰহণৰ অশুভ প্ৰভাৱৰ বাবে পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য্য ধৰক।

৬. ধনুঃ-এই চন্দ্ৰগ্ৰহণে এই লোকসকলৰ চিন্তা বৃদ্ধি কৰিব আৰু ভৱিষ্যতে অবাঞ্চিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

৭. মকৰ ৰাশিঃ-৮ নৱেম্বৰত সংঘটিত হোৱা এই চন্দ্ৰগ্ৰহণে বহু লোক সমস্যাৰ সন্মুখীন হ’ব। চন্দ্ৰগ্ৰহণৰ সময়ত ঘৰৰ পৰা ওলাই নাযাব।

৮. মীন ৰাশিঃ-এই চন্দ্ৰগ্ৰহণৰ বাবে ধনৰ ক্ষতিৰ লগতে কিছু হঠাৎ ডাঙৰ লোকচানৰ সন্মুখীন হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক