--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচনৰ বাবে সময় অতি কম। এনে পৰিস্থিতিত বিজেপি আৰু কংগ্ৰেছে বিধানসভা নিৰ্বাচনত বিজয় সন্দৰ্ভত নিজ নিজ দাবী উত্থাপন কৰিছে। মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান হওক বা প্রাক্তন মুখ্যমন্ত্রী কমল নাথ, দুয়োজনে এইবাৰ মধ্য প্রদেশত চৰকাৰ গঠনৰ প্রয়াস কৰিছে, কিন্তু ইয়াৰ বিষয়ে জনসাধাৰণৰ মতামত কি, জনসাধাৰণৰ এই মতামত জনাটো আটাইতকৈ গুৰুত্বপূর্ণ৷ আৰু এই মতামত জানিবলৈ চি-ভোটাৰে এবিপি নিউজৰ বাবে এক সমীক্ষা চলাইছে, য’ত এইবাৰ বিধানসভা নিৰ্বাচনত কোন দলে কিমান আসন লাভ কৰিছে আৰু দুয়োটা দলৰ ভোটৰ ভাগ কিমান সেয়া জানিবলৈ চেষ্টা কৰা হৈছিল।


নিৰ্বাচনী ৰাজ্য মধ্যপ্ৰদেশৰ প্ৰথমটো অ’পিনিয়ন প’লত ৰাজ্যখনৰ ১৭ হাজাৰৰো অধিক লোকক প্ৰশ্ন কৰা হৈছিল যে এইবাৰ বিজেপি আৰু কংগ্ৰেছৰ মাজত কোন দলে ৰাজ্যত কিমান আসন পাব। এই সন্দৰ্ভত জনসাধাৰণৰ পৰা পোৱা সঁহাৰি আচৰিত। গতিকে এইবাৰৰ সমীক্ষাত মধ্যপ্ৰদেশৰ জনসাধাৰণৰ মাজত মতামত কি জানো আহক৷

মধ্যপ্ৰদেশত  সকলো দলৰ মাজত ভোট শ্বেয়াৰ-
বিজেপি-৪৪%
কংগ্ৰেছ-৪৪%
বিএছপি-২%
অন্যান্য - ১০%


মধ্যপ্ৰদেশৰ মুঠ আসনৰ বিভাজন – ২৩০ খন
বিজেপি-১০৬-১১৮
আইএনচি-১০৮-১২০
বি এছ পি-০-৪
অন্যান্য-০-৪


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে