--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : হৰিদ্বাৰৰ কুম্ভমেলা ৰূপান্তৰ হৈছে কৰ’নাৰ হটস্পটলৈ৷ কুম্ভমেলাতে আক্ৰান্ত হৈছে ২ সহস্ৰাধিক লোক৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷

আৰু পঢ়িব পাৰিব : দুৰ্ঘটনাত পতিত হুঁচৰি দলৰ বাহন: থিতাতে নিহত ২

কুম্ভমেলাৰ পৰা উভতি অহা ভক্তক কোৱাৰেণ্টীনৰ নিৰ্দেশ চৰকাৰৰ৷ দুসপ্তাহৰ হোম কোৱাৰেণ্টীনত থকাৰ নিৰ্দেশ ৷ দেশজুৰি ছুপাৰ স্প্ৰেডাৰত পৰিণত হৈছে কুম্ভমেলাৰ ভক্ত৷

আৰু পঢ়িব পাৰিব : ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল ৪৩সংখ্যক বেলতলা ব’হাগী উৎসৱ

কুম্ভমেলাত কৰ’নাৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও৷ ভক্তসকলক প্ৰতীকী স্নান কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ