--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত ভোটদান হৈ গ’ল। ভোটগ্ৰহণ চলি থকাৰ সময়তে কংগ্ৰেছ কৰ্মীসকলে এল পি জি গেছ চিলিণ্ডাৰত মালা আঁৰি ধূপ জ্বলাই পূজা অৰ্চনা কৰে। বেংগালুৰুৰ ৰাজাৰাজেশ্বৰী নগৰ অঞ্চলত কংগ্ৰেছ কৰ্মীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে

ৰাজ্যত বৃদ্ধি পোৱা দৈনিক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে দলটোৱে শাসকীয় বিজেপিক তীব্ৰ সমালোচনা কৰিছে।

৮ মে’ত প্ৰচাৰ সমাপ্ত হোৱাৰ দুদিন পিছতে ৰাজ্যখনত ২২৪ জনীয়া বিধানসভাৰ ভোটগ্ৰহণ অব্যাহত থকাৰ সময়তে এই প্ৰতিবাদ সাব্যষ্ট কৰিছে।

উল্লেখ্য যে কৰ্ণাটক বিধান সভাৰ এই নিৰ্বাচনত মুঠ ২৬১৫ গৰাকী প্ৰাৰ্থীয়ে খেলপথাৰত নামিছে। কৰ্ণাটকত ছটা অঞ্চল সামৰি ২২৪টা সমষ্টি আছে। সেই ৬ টা অঞ্চল হৈছে বেংগালুৰু, মধ্য, উপকূলীয়, হায়দৰাবাদ-কৰ্ণাটক, মুম্বাই-কৰ্ণাটক আৰু দক্ষিণ কৰ্ণাটক বা পুৰণি মহীশূৰ অঞ্চল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে