--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ মৃত্যু হৈছে আফ্ৰিকাৰ পৰা অনা চিতাবাঘৰ।  নামিবিয়াৰ পৰা মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা এজনী বাঘিনীৰ মৃত্যু হৈছে।

জানিব পৰা মতে উদ্যানখনত থকা দুটা মতা চিতা বাঘৰ সৈতে হোৱা যুঁজৰ ফলত মাইকী চিতা বাঘিনীজনীৰ মৃত্যু হয়। বাঘজনীৰ নাম হৈছে দাক্ষা।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও নৰেন্দ্ৰ মোডীয়ে আফ্ৰিকাৰ পৰা অনা দুটাকৈ চিতাৰ মৃত্যু হৈছিল। প্ৰকল্পটোৰ সৈতে জড়িত এজন বিষয়াই কয়, “ দুটা মতা চিতাৰ লগত যুদ্ধ হোৱাৰ পৰিণতিত প্ৰাণ হেৰুৱালে দাক্ষা নামৰ চিতা জনীয়ে।”

মন কৰিবলগীয়া যে নামিবিয়াৰ পৰা অনা ১২টা চিতাৰ ভিতৰত এইটো যোৱা ৪০ দিনত মৃত্যু হোৱা তৃতীয়টো চিতা। যোৱা দুমাহত দক্ষিণ আফ্ৰিকাৰ পৰা মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা উদয় নামৰ এটা মতা চিতা আৰু ছাছা নামৰ এজনী মাইকী চিতাৰ মৃত্যু হৈছিল।

বিশেষজ্ঞসকলে কয় যে এই চিতাবোৰৰ কিছুমানে ফিটনেছ হেৰুৱাই পেলাইছিল লগতে কেইবামাহো বন্দী হৈ থকাৰ পিছত দীৰ্ঘদিনীয়া মানসিক চাপত ভুগিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement