--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
শুকুৰবাৰে কৰ্ণাটকৰ শিৱমোগ্গা জিলা প্ৰশাসনে  কে এছ আৰ টি চি বাছ ষ্টেণ্ডৰ ওচৰত ৰাষ্ট্ৰীয় প্ৰতীকৰ ওপৰত থকা গেৰুৱা পতাকা আঁতৰাই দিছে বুলি  অভিযোগ কৰিছে  হিন্দু মহাসভা গণপতি সমিতিৰ আয়োজকসকলে।

শুক্ৰবাৰে জিলাখনত আয়োজন  কৰা গণেশ চতুৰ্থী শোভাযাত্ৰাৰ অংশ হিচাপে পতাকাখন উত্তোলন কৰা 
হৈছিল৷ লগতে শোভাযাত্ৰাৰ অংশ হিচাপে ট্ৰেফিক  জংচনসমূহো  গেৰুৱা পতাকাৰে সজোৱা হৈছিল।
সমান্তৰালভাৱে,হিন্দুত্ববাদী চিন্তাবিদ বিনায়ক দামোদৰ চাভাৰকাৰ, নাথুৰাম গডছে আৰু হৰ্ষ জিঙ্গাদে আদিৰ ফটোও শোভাযাত্ৰাত ব্যৱহাৰ কৰা হৈছিল৷ 

ভিডিঅ' প্ৰমাণ স্বত্বেও, আৰক্ষীয়ে দাবী কৰিছিল যে এনে কোনো ঘটনাৰ খবৰ পোৱা হোৱা নাই।
জিলা আৰক্ষীয়ে দুজন অতিৰিক্ত এছপি পদবীৰ বিষয়া, ১৬ জন ডিৱাইএছপি, ৩৮ জন পৰিদৰ্শক, ৭০ জন উপ-পৰিদৰ্শক, মুঠ ২০০০ অসামৰিক কৰ্মী আৰু আন ১০০০ কৰ্মচাৰী নিয়োজিত কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ