--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
নিজ ইচ্ছা অথবা দলীয় স্বাৰ্থ অনুসৰি মোদী চৰকাৰে 
ৰাজপথ, জংচনৰ নাম সলনি কৰাটো ভাৰতৰ বাবে নতুন কথা নহয়৷ কিছুদিন পূৰ্বে দিল্লীৰ ৰাজপথৰ নাম সলনি কৰি কৰ্তব্য পথ নাম ৰাখিছিল মোদী চৰকাৰে৷ নিজৰ কৰ্তব্য পাহৰি “কৰ্তব্য পথ”ক লৈ ব্যস্ত হৈ পৰা বাবে মোদীক সমালোচনাও কৰিছে বহুতে৷ 

কংগ্ৰেছী  নেতা শশী থাৰুৰেও একে বিষয়ক লৈ কটাক্ষ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷  শনিবাৰে ৰাজপথক “কৰ্তব্য পথ” হিচাপে পুনৰ নামাকৰণ কৰাক লৈতেওঁ  চৰকাৰক তীব্ৰ সমালোচনা কৰে৷  তদুপৰি সকলো  ৰাজভৱনক কৰ্তব্য  ভৱন হিচাপে পুনৰ নামকৰণ কৰা উচিত নহয় নেকি বুলিও প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰীজনক।

 সমান্তৰালভাৱে , শশী থাৰুৰে   ৰাজস্থানৰ নাম কৰ্তব্যস্থান ৰাখিবলৈ উপদেশ দিয়ে নৰেন্দ্ৰ মোদীক৷ 
টুইটাৰৰ যোগেদি কংগ্ৰেছী নেতাজনে এই মন্তব্য কৰিছে৷  


একে সময়তে তৃণমূল কংগ্ৰেছৰ  সাংসদ মহুৱা  মৈত্ৰয়ো  শুকুৰবাৰে একে ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল৷ বিজেপিক টুইট কৰি তেওঁ  সকলো ৰাজভৱনক এতিয়া কৰ্তব্য ভৱন বুলি  জনা যাব নেকি বুলিও প্ৰশ্ন কৰিছিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক