--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ কংগ্ৰেছে দিছিল নানান প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি । তেনে প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ এতিয়া ৰাজ্য খনৰ বাজেটত বছৰি প্ৰায় ৬২,০০০কোটি  টকাৰ প্ৰয়োজন হ’ব বুলি ধাৰণা কৰা হৈছে। 

১০ মে'ৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি ১৩৫ খন আসন লাভ কৰে। কংগ্ৰেছে শাসন কৰা একমাত্ৰ দক্ষিণৰ ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টিক (বিজেপি) ক্ষমতাৰ পৰা বাহিৰ কৰি কংগ্ৰেছে এতিয়া চৰকাৰ গঢ়িবলৈ ওলাইছে।নিৰ্বাচনৰ পূৰ্ূে কংগ্ৰেছে ভোটাৰক বহু লোভনীয় প্ৰতিশ্ৰুতি দিছিল।এনে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ গঠলে ৰাজ্য খনৰ চৰকাৰে বছৰি ৬২,০০০ হাজাৰ কোটি টকা অতিৰিক্ত ব্যয় কৰিব লাগিব পাৰে।  

কংগ্ৰেছে প্ৰতিশ্ৰুতি দিয়া গেৰাণ্টিবোৰত অন্তৰ্ভুক্ত আছে -সকলো পৰিয়ালৰ বাবে ২০০ ইউনিট  বিনামূলীয়া বিজুলী শক্তি (গ্ৰুহা জ্যোতি),  প্ৰতিটো পৰিয়ালৰ মহিলা মুৰব্বীক  মাহিলী ২,০০০ টকাৰ সহায় (গ্ৰুহা লক্ষ্মী),বিপিএল পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবে ১০  কিলোগ্ৰাম চাউল বিনামূলীয়া (আন্না ভাগ্য), স্নাতক যুৱক-যুৱতীসকলৰ বাবে প্ৰতি মাহে ৩,০০০ টকাৰ সহায়, ডিপ্লোমা ধাৰকসকলৰ বাবে (১৮-২৫ বছৰ বয়সৰ ) বাবে দুবছৰৰ বাবে ১,৫০০ টকা প্ৰদান (যুৱনিধি), চৰকাৰী  বাছত মহিলাসকলৰ বাবে বিনামূলীয়া ভ্ৰমণ (শক্তি),এই বোৰ প্ৰাক-নিৰ্বাচনী অন্যান্য প্ৰতিশ্ৰুতি আছিল  গভীৰ সাগৰত মাছ ধৰাৰ বাবে প্ৰতি বছৰে ৫০০ লিটাৰ কৰ-মুক্ত ডিজেল আৰু মাছ ধৰা বন্ধ থাকিলে সকলো সামুদ্ৰিক মাছমৰীয়াক ৬০০০ টকাকৈ প্ৰদান।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস