--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুনিধি চৌহান ডেৰাডুনলৈ গৈ অনুষ্ঠান পৰিৱেশন কৰিছিল। তাত এটা ঘটনা ঘটিল। এজন দৰ্শকে সুনিধিৰ ওপৰত বটল দলিয়াই দিলে! 

চিকচিকিয়া টপ, ক’লা শ্বৰ্ট, ভৰিৰ ওপৰত বুট পিন্ধি সুনিধিয়ে গান গাই আছিল। বটলটো পেলাই দিয়াৰ লগে লগে তেওঁ হঠাৎ আঁতৰি গ’ল। গালি পাৰিলে- "মোৰ ফালে বটল দলিয়ালে অনুষ্ঠানটো বন্ধ হৈ যাব। আপুনি বিচাৰে নেকি সেয়া?''

অনুষ্ঠানটোত তেওঁ ‘শ্বীলা কী জৱানী’, ‘ধূম মাচালে’, ‘ক্ৰেজি ক্যা ৰে’, ‘দেশী গাৰ্ল’, ‘কমলী’, ‘শাকী ছাকি’ আদি গীত দৰ্শকৰ আগত উপস্থাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী