--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কণী বহুতৰে প্ৰিয় খাদ্য৷  সুস্বাস্থ্যৰ বাবে কণী অতি প্ৰয়োজনীয়। আমিষভোজীসকলৰ বহুতেই কণী খাই ভালপায়। কণীৰ বগা অংশটোত আমাৰ দেহৰ বাবে উপকাৰী। কণীৰ বগা অংশত প্ৰচুৰ  কেলচিয়াম থাকে। কেলচিয়ামে হাড় শক্তিশালী তথা মজবুত কৰাত সহায় কৰে। কণীৰ এই বগা অংশই হাড়ৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে।

কণীৰ বগা অংশত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিয়ে ৰক্ত সঞ্চালন বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি ইয়াত পটাছিয়াম থাকে৷ ই  হৃৎপিণ্ডক সুস্থ ৰখাটো   সহায় কৰে।

উচ্চ ৰক্তচাপ থাকিলে কণীৰ বগা অংশ খাব পাৰে। কিয়নো ইয়াৰ প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে যিটো ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।

কণীৰ বগা অংশ খালে শৰীৰত আইৰণৰ প্ৰয়োজনো পূৰণ হয়। মূৰ ঘুৰোৱা বা ক্লান্তি অনুভৱ কৰিলে  দিনে এটাকৈ কণী খাবলৈ খাদ্য বিশেষজ্ঞসকলে পৰমাৰ্শ দি আহিছে। কণীত থকা মেগনাছিয়াম আৰু মেংগানিজে ক্লান্তি দূৰ কৰাত সহায় কৰে৷

কণীৰ বগা অংশই শৰীৰৰ পেশীসমূহ মজবুত কৰি তোলাত সহায়  কৰে। 

কণীৰ বগা অংশই ছাল কোঁচ খাই পৰা, ছালৰ তেলেতীয়া ভাব দূৰ কৰাৰ লগতে  শালমইনা প্ৰতিৰোধ কৰাত সহায় কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ