--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ  দলীয় সংবিধানৰ  ১৬ টা অনুচ্ছেদৰ আৰু ৩২ টা নিয়ম সংশোধন কৰা হ’ব৷ সংশোধন কৰিবলগীয়া নিয়মসমূহৰ ভিতৰত এটা হৈছে  কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আৰু এজন প্ৰাক্তন প্ৰধানমন্ত্ৰীক দলটোৰ  কাৰ্যকৰী সমিতিৰ সদস্য হিচাপে নিযুক্তি প্ৰদান কৰা।

প্ৰস্তাৱটো গৃহীত হ'লে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী চিডব্লিউচিৰ সদস্য হ'বলৈ সক্ষম হ'ব আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙেও দলটোৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী সমিতি খনৰ  সদস্য হ'ব পাৰিব। শুকুৰবাৰে ৰায়পুৰত অনুষ্ঠিত দলীয় বৈঠকত এই কথা প্ৰকাশ কৰে  দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই৷ 

খাৰ্গেক এই বিষয়ত সমিতি  গঠন কৰাৰ ক্ষমতা দিয়া হৈছিল । বিশে সূত্ৰই প্ৰকাশ কৰা মতে  অজয় মাকেন আৰু দিগ্বিজয় সিঙে চিডব্লিউচি নিৰ্বাচনৰ পক্ষত আছিল৷  এই প্ৰসংগত দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয়, "কংগ্ৰেছ সভাপতিক নতুন চিডব্লিউচি গঠনৰ বাবে কৰ্তৃত্ব প্ৰদান কৰাৰ সিদ্ধান্ত সৰ্বসন্মত আছিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক