--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছ সভাপতি হিচাপে এবছৰ সম্পূৰ্ণ কৰিলে মল্লিকাৰ্জুন খৰ্গেই৷ কাৰ্যকালৰ এবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে দলটোৱে বৃহস্পতিবাৰে কয় যে তেওঁৰ নেতৃত্বত কংগ্ৰেছে প্ৰগতিৰ দিশেৰে আগবাঢ়িছে আৰু সাংগঠনিক গাঁথনি পুনৰুজ্জীৱিত কৰাত খৰ্গেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

খৰ্গে বিগত বৰ্ষত কংগ্ৰেছৰ আভ্যন্তৰীণ নিৰ্বাচনত শশী থাৰুৰক পৰাস্ত কৰি কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ২৬ অক্টোবৰত আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল।

কংগ্ৰেছে আনুষ্ঠানিকভাৱে এক্সত কয়, মল্লিকাৰ্জুন খৰ্গে কংগ্ৰেছ সভাপতি জনসাধাৰণৰ ভালৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। খৰ্গে ভাৰতীয় জাতীয় কংগ্ৰেছৰ গুণাগুণ - গণতন্ত্ৰৰ গুণাগুণ, সামাজিক ন্যায়, ধৰ্মনিৰপেক্ষতা, সামগ্ৰিক বিকাশ আৰু দেশপ্ৰেমক মূৰ্তমান কৰি তুলিছে৷ 

দলটোৱে কয়, পদবীৰ মাজেৰে ওপৰলৈ উন্নীত হোৱাৰ পাছত, তেওঁ আৱেগ আৰু অধ্যৱসায়েৰে কি লাভ কৰিব পাৰে তাৰ এক আদৰ্শ উদাহৰণ। 

নিৰ্বাচিত সভাপতি হোৱালৈকে ৫৫ বছৰৰ নিৰ্বাচনী সফলতাৰে সজ্জিত তেওঁৰ যাত্ৰা গণতন্ত্ৰৰ উদ্দেশ্যৰ প্ৰতি তেওঁৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু প্ৰতিশ্ৰুতিৰ প্ৰমাণ বুলি কংগ্ৰেছে দোহাৰে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ