--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত কংগনা ৰানাৱটে প্ৰযোজক হিচাপে অভিষেক ঘটালে আমাজন প্ৰাইম ভিডিঅ’ৰ ‘টিকু ৱেডছ শ্বেৰু’ৰ জৰিয়তে। ইয়াত অভিনয় কৰিছে নৱাজুদ্দিন ছিদ্দিকী আৰু অভনীত কৌৰে। কংগনাৰ প্ৰডাকচন হাউছ মণিকৰ্ণিকা ফিল্মছৰ ছবিখনে সমালোচক আৰু দৰ্শকৰ পৰা সহাৰিও লাভ কৰিছে।

শেহতীয়া সাক্ষাৎকাৰত নৱাজে অভিনেত্ৰীগৰাকীৰ সাহসক প্ৰশংসা কৰে। কয় যে, “চলচ্চিত্ৰ জগতৰ সমস্যাসমূহক লৈ মুখ খোলাৰ  ক্ষেত্ৰত কংগনা অতি স্বচ্ছ আৰু সৎ।’’

নৱাজে কয়- “কংগনাই একমাত্ৰ ব্যক্তি যিয়ে তাই কৰা কামবোৰৰ বিষয়ে ক’বলৈ সাহস কৰে। বহুতে অনুভৱ কৰে যে সত্য তিতা৷ আমাৰ উদ্যোগৰ বিষয়বোৰৰ ওপৰত কথা ক’বলৈ কিমান মানুহৰ সাহস আছে? কংগনা সঁচাকৈয়ে আচৰিত।”

তেওঁ কয়, ‘আমি কেতিয়াও সহ-অভিনেতা হিচাপে একেলগে কাম কৰাৰ প্ৰস্তাৱ পোৱা নাছিলো যদিও মই তেওঁৰ সৈতে অতি সোনকালে এখন ছবিত কাম কৰাৰ আশা কৰিছো আৰু ই এক প্ৰেম কাহিনী হোৱাটো কামনা কৰিছো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক