--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ তাৰকাৰ সন্তানৰ প্ৰতি থকা বিশেষ মৰমৰ কথা সকলোৱে জানে৷ এইবাবে বহুতে প্ৰতক্ষ্য বা পৰোক্ষভাৱে উপহাসো কৰিছে কৰণক ।আৰু এইবাৰ অভিনেত্ৰী কাজলেও উপহাস কৰিলে কৰণক৷আনহাতে,চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ আৰু অভিনেতা কাজলে সৰুৰে পৰা ইজনে সিজনক চিনি পায়৷ কাজলে আনকি কৰণৰ পৰিচালনাৰ প্ৰথম ছবি কুছ কুছ হোতা হে (১৯৯৮)তো অভিনয় কৰিছিল। 

 কাজলআৰু কৰণক  নতুন ভিডিঅ এটাত একেলগে দেখা গৈছে৷ ভিডিঅ’টোত  ইজনে সিজনক কৌতুকপূৰ্ণ উপহাস কৰিছিল। 
উক্ত ভিডিঅ‘টোত  দীৰ্ঘদিনীয়া বন্ধু আৰু সহকৰ্মীসকলে খাদ্যসম্পৰ্কে  আলোচনা কৰি থকা গৈছে৷  

খাদ্য বিজ্ঞাপনটোত চলচ্চিত্ৰ নিৰ্মাতাজনে পায়জামা পিন্ধি নিজৰ ঘৰতে খাদ্যৰ বাবে  অপেক্ষা কৰি থকা কাজলৰ বাবে আহাৰ ৰন্ধাৰ চেষ্টা কৰিছে। যেতিয়া তেওঁ কাজলক সুধিলে চুপ খাব নেকি, তেতিয়া কাজলে  ব্যংগাত্মকভাৱে উত্তৰ দিছিল, "আপুনি তাৰকাৰ সন্তা। অবিহনে চুপ  বনাব পাৰিবনে?"

আনহাতে কাজলৰ প্ৰশ্নত কৰণে প্ৰত্যুত্তৰ দিয়ে, "আপুনিও এজন তাৰকা সন্তান।" 

এনে উত্তৰ-প্ৰত্যুত্তৰৰ অন্তত  কৰণে অৱশেষত কাজললৈ  চুপৰ বাটিটো আগবঢ়াই দিছিল৷ কাজলেও কৰণ প্ৰশংসা কৰিছিল এনেদৰে, "এতিয়া আপোনাৰ চিনেমাবোৰো এনেদৰে নিৰ্মাণ কৰক, কোনো তাৰকা সন্তান অবিহনে!" 

যদিও বিজ্ঞাপনটোৱে হাঁহিৰ খোৰাক যোগাইছে, একেসময়তে ই বহু কথা কৈ গৈছে৷ এফালে ই বলিউড তাৰকাৰ প্ৰকৃত ৰূপটো দাঙি ধৰিছে ৷আনফালে জনসাধাৰণে কৰা ট্ৰ’লকো কৰণ জোহৰে ব্যৱসায়িক অৰ্থত ব্যৱহাৰ কৰা দেখা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক