--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন হেৰুৱালে বিৰাট কোহলীয়ে। শেহতীয়াকৈ বিৰাটে নিজৰ টুইটাৰ হেণ্ডেলত অনুৰাগীসকলক জনাইছে যে তেওঁৰ নতুন ফোনটো হেৰুৱাইছে। বিৰাটে টুইটাৰত লিখিছে- “বাকচৰ পৰাও উলিয়াই অনাৰ আগতেই ফোন এটা হেৰুৱাই পেলোৱাতকৈ বেছি দুখৰ কথা একোৱেই নাই।”

বিৰাটে টুইট কৰাৰ লগে লগে নেটিজেনসকলৰ মাজত বিভিন্ন মন্তব্য আৰম্ভ হয়। খাদ্য ডেলিভাৰী কোম্পানী জ’মাট’-ৱেও (Zomato) মন্তব্য কৰে। এনে পৰিস্থিতিত তেওঁলোকে বিৰাটে কি কৰা উচিত সেই কথা প্ৰকাশ কৰে কোম্পানীটোৱে।

সংস্থাটোৱে টুইট কৰি কয় যে, “যদি আপুনি বিপদত পৰে, তেন্তে এই পৰিস্থিতিত আপুনি বৌদিৰ (অনুষ্কা শৰ্মাৰ) ফোনত আইচক্ৰীমৰ অৰ্ডাৰ দিব পাৰে।”

জ’মাট’ৰ এই টুইট ভাইৰেল হোৱাৰ পিছতে নেটিজেনৰ মাজত চৰ্চা হয়। বিৰাটৰ এই ক্ষতিক লৈ একাংশই যথেষ্ট চিন্তিত। এজনে লিখিছে, “অনুষ্কাই যদি ছুইগি ব্যৱহাৰ কৰে তেন্তে কি হ’ব?” আন এজনে লিখিছে, “জ’মাট’ই ব্যৱসায়িক সুযোগ ক’ত ল’ব লাগে সেয়া বহুত ভালদৰে বুজি পায়। কোম্পানীক প্ৰচাৰ কেনেকুৱা পৰিস্থিতিত কৰিলে লাভজনক হ'ব সেই বিষয়ে জ’মাট’ৰ বহুত ভাল জ্ঞান আছে!''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক