--°C
Loading...
Listen to Article
2 min read
80%

২২ মাৰ্চ ২০২৩, বুধবাৰ

মেষ ৰাশি- আয় বাঢ়িব৷ প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত বাধা। প্ৰেমত অসন্তুষ্ট। শুভ সংখ্যা ৮।

বৃষ ৰাশি – নতুন বস্তু কিনা হ’ব পাৰে। শৰীৰ-মন সুন্দৰ। নতুন প্ৰেমৰ যোগ। বিবাহৰ সংবাদ লাভ। ভ্ৰমণত শুভ। শুভ সংখ্যা ৬।

মিথুন ৰাশি- ভ্ৰমণ হ’ব পাৰে৷ কৰ্মস্থান শুভ। মনৰ আশা পূৰণ। ঘৰলৈ আলহী অহাৰ যোগ দেখা যায়৷ শুভ সংখ্যা ৯।

কৰ্কট ৰাশি – অফিচত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত। মানসিক শান্তি ভংগ। শুভ সংখ্যা ২।

সিংহ ৰাশি – ধন খৰচ হ’ব৷ মনৰ আশা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত সংঘাত। বন্ধুৰ সহায় লাভ। শুভ সংখ্যা ৫।

কন্যা ৰাশি – আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ’ব৷ কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ’ব। স্বাস্থ্য ভালে থাকিব। শুভ সংখ্যা ১।

তুলা ৰাশি – শুভ সংবাদ লাভ কৰিব৷ মন পচন্দৰ ভোজন লাভ কৰিব। প্ৰেমত আশা বৃদ্ধি। শৰীৰত গুৰুত্ব দিয়ক। শুভ সংখ্যা ১।

বৃশ্চিক ৰাশি – সন্মান বাঢ়িব৷ বস্তু হেৰাব পাৰে,সাৱধান হওক। খৰচ হ্ৰাস হোৱাৰ যোগ দেখা যায়। প্ৰেমত দূৰত্ব। শুভ সংখ্যা ৮।

ধনু ৰাশি- মানুহে প্ৰশংসা কৰিব। দেহত বিষ হ’ব পাৰে। আলহীৰ আগমন। খৰচ বৃদ্ধি। শুভ সংখ্যা ৬।

মকৰ ৰাশি- মনত কষ্ট পাব। আপুনি কামক লৈ সজাগ হোৱাটো ভাল হ’ব। সন্তানক লৈ চিন্তা। খৰচ নিয়ন্ত্ৰণ। শুভ সংখ্যা ২।

কুম্ভ ৰাশি – আত্মীয়ৰ সৈতে মিলন। এলাহ ভাৱ দূৰ হ’ব। সন্তানক নজৰ দিয়ক। প্ৰশংসা শুনিব। শুভ সংখ্যা ৯।

মীন ৰাশি- বন্ধুৰ সৈতে মিলন হ’ব। সংসাৰত শুভ। শৰীৰ অসুস্থ। প্ৰেমত সন্দেহ। বিদ্যাত বাধা। শুভ সংখ্যা ৪।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ