--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা কথা সকলোৱে জানে যে বলীউডৰ তাৰকাসকলে ছবিত কাম কৰিবলৈ কোটি কোটি টকা লয় আৰু ডাঙৰ তাৰকাক চুক্তিবদ্ধ কৰাটো সকলোৰে সামৰ্থ্যৰ ভিতৰত নপৰে। কিন্তু আপুনি জানেনে যে বলীউডৰ কিছুমান তাৰকা আছে যিয়ে ছবিত কাম কৰাৰ বাবে কোনো মাচুল লোৱা হোৱা নাই। এই তালিকাত বহু প্ৰবীণ অভিনেতাৰ নাম সন্নিবিষ্ট আছে।

বিনা মাচুলত চিনেমা কৰা তাৰকাৰ নাম জানো আহক

১)নৱাজুদ্দিন ছিদ্দিকীঃ অভিনয়েৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে নৱাজুদ্দিন ছিদ্দিকীয়ে। এই প্ৰতিভাধৰ শিল্পীগৰাকীয়ে 'মেণ্টো' ছবিখনৰ মাচুল হিচাপে লৈছিল মাত্ৰ এটকা।

২) শ্বাহিদ কাপুৰঃ অভিনেতা শ্বাহিদ কাপুৰে 'হায়দৰ' ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। কিন্তু আপোনালোকক জনাওঁ যে শ্বাহিদে এই ছবিখনৰ বাবে কোনো ধৰণৰ ধন লোৱা নাছিল।

৩) ছলমান খানঃ অভিনেতা অজয় ​​দেৱগনৰ 'ছন অৱ ছৰ্ডাৰ' ছবিখনে আমাক বহুত হাঁহিবলৈ বাধ্য কৰালে। এই ছবিখনত ছলমান খানকো দেখা গৈছিল। এই ছবিখনৰ বাবে ছলমান খানে মাচুল হিচাপে এটকাও লোৱা নাছিল।
৪) ফাৰহান আখতাৰঃ ‘ভাগ মিলখা ভাগ’ ছবিখনে মানুহৰ হৃদয়ত এক সুকীয়া স্থান ৰাখিবলৈ সক্ষম হৈছে। অতি কম সংখ্যকেহে জানে যে এই ছবিখনৰ বাবে অভিনেতা ফাৰহান আখতাৰে মাত্ৰ ১১ টকা মাচুল লৈছিল।

৫)শ্বাহৰুখ খানঃ বলীউড কিং শ্বাহৰুখ খানে ‘দুলহা মিল গয়া’ আৰু ‘ভূতনাথ ৰিটাৰ্ণ’ ছবিত কেমিঅ’ চৰিত্ৰৰ বাবে এটকাও লোৱা নাছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক